ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট চূডান্ত বিজয়ী কোকৰাঝাৰ দল, কোকৰাঝাৰৰ দলৰ হাতত মৰিগাঁও ৩-১ গ’লত পৰাস্ত

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট চূডান্ত বিজয়ী কোকৰাঝাৰ দল, কোকৰাঝাৰৰ দলৰ হাতত মৰিগাঁও ৩-১ গ’লত পৰাস্ত

RELATED POSTS

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ছাইদুল ইছলাম, ডিফুঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে চূডান্ত বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হয় ৷

ফ্লাড লাইটৰ পোহৰত খেলোৱা আজি চূডান্ত খেল খনৰ প্ৰথমাৰ্দ্ধৰ ২০মিনিটত মৰিগাঁও দলৰ হৈ ৰেকিব বিকাশ কোঁৱৰে কোকৰাঝাৰক প্ৰথমটো গ’ল দিয়ে ৷ উজ্জীৱিত খেল প্ৰদৰ্শন কৰিও কোকৰাঝাৰে প্ৰথমাৰ্ধত মৰিগাঁৱৰ গ’ল পৰিশোধ কৰিব নোৱাৰিলে ৷ দ্বিতীয়াৰ্দ্ধৰ ৫৭ মিনিটত কোকৰাঝাৰ দলৰ হৈ টুপু ব্ৰক্ষ্মই মৰিগাওঁ দলৰ নেটত এটা গ’ল দি সমতা স্থাপন কৰিবলৈ সক্ষম হয়, লগে লগেই ৬১মিনিটত বিপন নাৰ্জাৰীয়ে দ্বিতীয়টো গলদি কোকৰাঝাৰক ২-১ গ’ লৰ অগ্ৰগতি প্ৰাদন কৰে ৷

IMG 20190901 WA0002 | ASSAM TIMES POST

দ্বিতীয়াৰ্দ্ধৰ অতিৰিক্ত সময়ত কোকৰাঝাৰ দলৰহৈ পুলুঙ দৈমাৰীয়ে মৰিগাঁওক আনটো গ’ল দি দলক ৩- ১ গল দি চূড়ান্ত বিজয় সাব্যস্ত কৰে ৷ মৰিগাঁও দলে তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়ায়ো দলক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ মেন অব দা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙ-তেওঁক লাইনত সহায় কৰে ক্ৰমে, বাজু তিচ’ আৰু আৰৱিনচন কিলিঙ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে-পুষ্প ৰঞ্জন বৰুৱা ৷

চূড়ান্ত খেল আৰম্ভনিৰ পূৰ্বেই কৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ তথা কাছাৰ সভাপতি তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ আৰু সাধাৰ পংকজ টেৰণ লগতে প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙৰ লগত খেলুৱৈ সকলক পৰিচয় কৰাই দিয়া হয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share7Tweet5Send

Related Posts

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
52
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
ADVERTISEMENT
Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?
National-International

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

October 30, 2026
50
Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী
National-International

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

October 30, 2026
50
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
51
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

October 30, 2026
Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

October 30, 2026
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d