ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নিৰাপত্তাৰ প্ৰশ্নত কাষ চাপিছে শ্ৰীলঙ্কা-ভাৰত:

ASSAM TIMES POST by ASSAM TIMES POST
April 14, 2021
Reading Time: 1 min read
A A
0
নিৰাপত্তাৰ প্ৰশ্নত কাষ চাপিছে শ্ৰীলঙ্কা-ভাৰত:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেক্স:

ওচৰাওচৰি ৰাম-ৰাৱণৰ দেশ। ভাৰতৰ পৰা নিৰাপত্তা জনিত সহায় বিচাৰিছে শ্রীলঙ্কাই ৷ ভাৰতেও শ্রীলঙ্কাক এই সহায় কৰিবলৈ বিচাৰিছে।

মৌলবাদীসকলকলৈ বহুদিন ধৰিয়েই ভুগিছে শ্রীলঙ্কাই । এই সন্দৰ্ভত আতঙ্কিত সেই দেশৰ সাধাৰণ জনতা। শ্রীলঙ্কাৰ মাটিত দীর্ঘদিন ধৰি এই ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপ চলিছে বুলি জানিব পৰা গৈছে ৷ শ্রীলঙ্কাৰ সন্ত্ৰাসবাদী কার্য-কলাপ সমূহ ধৰিবলৈ ভাৰতত ব্যৱহৃত নেটৱর্কেই ব্যৱহাৰ কৰিবলৈ বিচাৰিছে ভাৰতে।

সম্প্রতি ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ কমিছনৰ এটা শ্রীলঙ্কা-বিৰোধী প্রস্তাৱৰ ভোটা গ্ৰহণৰপৰা আঁতৰি আহি কলম্বোৰ দিশে ইতিবাচক বার্তা দিছে নতুন দিল্লীয়ে। এইবাৰ কলম্বোৱেও ক’ৰ’না প্ৰতিৰোধৰ বাবে চীনা প্রতিষেধক পৰিহাৰ কৰি ভাৰতত আৱিষ্কৃত টিকাৰ ওপৰতেই ভৰসা ৰাখিছে। দুইদেশৰ এই নব্য বন্ধুত্বৰ বাতাবৰণে, এইবাৰ ভাৰত-শ্রীলঙ্কা নিৰাপত্তা ক্ষেত্রতো নতুনকৈ বন্ধুত্ব হ’বলৈ আগবাঢ়িছে বুলি খবৰ পোৱা গৈছে।

কূটনৈতিক সূত্রৰ খবৰ অনুসৰি, ভাৰতৰ সৈতে সন্ত্ৰাসবাদী নেটৱর্ক সন্দৰ্ভত ঘনিষ্ঠ যোগাযোগ ৰাখিছে কলম্বোৱে। ইয়াৰ লগতে পশ্চিম এছিয়া আৰু দক্ষিণ আৰু পূর্ব আফ্রিকাৰ দেশসমূহৰ যোগাযোগ সংক্রান্তীয় অনুসন্ধানত ভাৰতীয় অনুসন্ধানকাৰীসকলৰ সাহায্য লোৱা হৈছে। জানিবলৈ পোৱা গৈছে, শ্রীলঙ্কা যোৱা বহু বছৰ ধৰি ইছলামি সন্ত্রাসবাদীসকলৰ ঘাটি হৈ উঠিছে।

সমুদ্রপথত বিভিন্ন অপৰাধ চলোৱাৰ ভূখণ্ড হিচাপে দেশখনক কাৰ্যত লগোৱাৰ বিষয়টো বহুল চর্চিত। ২০১৯ চনৰ এপ্রিল মাহত শ্রীলঙ্কাৰ গীর্জা আৰু হোটেলত উগ্ৰপন্থী আক্ৰমণৰ পিছত বিষয়টোৰ স্পর্শকাতৰতা অধিক বৃদ্ধি পাবলৈ ধৰিছে ৷

২০১৯ চনৰ নৱেম্বৰ মাহত গোতাবায়া ৰজাপক্ষ দেশৰ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পিছত শ্রীলঙ্কাৰপৰা মৌলবাদ উৎখাতৰ প্রতিশ্রুতিও দিছিলে।

Tags: featured3
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT