ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত আজিৰে পৰা আৰম্ভ ৬৭ সংখ্যক ছানৰাইজ ইউনেক্স সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
ছাইদুল ইছলাম, ডিফুঃ সদৌ অসম বেডমিণ্টন এছ’চিয়েছনৰ উদ্যোগত আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহযোগত ২ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ চলিব লগীয়া ৬৭ সংখ্যক ছনৰাইজ সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ সোমবাৰৰ পৰা ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ৷

প্ৰতিযোগিতাৰ শুভাৰম্ভনি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই ৷ প্ৰতিযোগিতাখনত ক্ৰমে, বঙাইগাওঁ, চৰাইদেউ, দৰঙ,ডিব্ৰুগড়,ডিগবৈ,গোলাঘাট,গুৱাহাটী, যোৰহাট, কাৰবিআংলঙ,কোকৰাঝাৰ,লক্ষীমপুৰ মৰিগাওঁ, নলবাৰী, নাজিৰা, নগাওঁ, ৰঙিয়া, শিলচৰ, শিৱসাগৰ, তেজপুৰ আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন পৰ্যায়ৰ ৪১৪ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰাৰ লগতে টুৰ্ণামেণ্টৰ বিভিন্ন ইভেণ্ট ক্ৰমে, মেন ছিংগল, উইমেন ছিংগল, মেন ডাবুল, উইমেন ডাবুল, মিক্স ডাবুল, ক্ৰমে,১১ অনুৰ্দ্ধ ল’ৰা ছিংগল, ছোৱালী ছিংগল, ১৩ অনুৰ্দ্ধ ল’ৰা ছিংগল, ছোৱালী ছিংগল ১৫ অনুৰ্দ্ধ ল’ৰা আৰু ছোৱালী ছিংগল, ল’ৰা ডাবুলছ, ১৭ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী ছিংগল, ১৯ অনুৰ্দ্ধ ল’ৰা-ছোৱালী ছিংগল আৰু ল’ৰা ডাবুলছৰ ইভেণ্টত ৬৩১ গৰাকীয়ে প্ৰতিদ্ধন্ধিতা আগবঢ়াব৷

সোমবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভনিৰ কোৱাৰ্টাৰ ফাইনেল খেল সমূহ ক্ৰমে, শিৱসাগৰ-শিলচৰ, ডিব্ৰুগড়-তিনিচুকীয়া, গুৱাহাটী-যোৰহাট, কামৰূপ-গুৱাহাটীৰ মাজত খেলোৱা হ’ব৷ ইয়াৰোপৰি ১৩ অনুৰ্দ্ধৰ প্ৰতিযোগিতাৰ বিপৰীতে ল’ৰা ছিংগলছ খেলুৱা হ’ব বুলি চীফ ৰেফাৰী আৰু মেছ কণ্ট্ৰ’লাৰ ক্ৰমে, গুৱাহাটীৰ বিনীত গগৈ আৰু গুৱাহাটীৰ জয়ন্ত ঠাকুৰীয়াই জানিব দিছে৷

আজিৰ উদ্ধোধনী খেলৰ পূৰ্বে প্ৰতিটো দলে নিজৰ নিজৰ পতাকা প্ৰদৰ্শন কৰে৷ আনহাতে উদ্ধোধনী খেলত ক্ৰমে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা, কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কেইবাগৰাকী ইএম, এমএচি, অসম বেডমিণ্টন সন্থাৰ পৰা ক্ৰমে,সাধাৰণ সম্পাদক অমৰ ৰাশিদ, উপসভাপতি,এল’ হেমন্ত সিং, কোষাধ্যক্ষ বদন বৰা, টুৰ্ণামেণ্ট কমিটিৰ অধ্যক্ষ পৰাণ হাজৰিকা, যুটীয়া সম্পাদক সকল ক্ৰমে,নৰুল আকতাৰ, বিনিত গগৈ, গৌতম মহন্ত আৰু কাৰ্যবাহী সদস্য ক্ৰমে, দিগন্ত বৰগোঁহাই, আৰু তৰঙ্গ গগৈ উপস্থিত থাকে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
ADVERTISEMENT
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx