স্বাস্থ্য প্ৰতিবেদন:
জামু অম্লীয় প্রকৃতিৰ ফল হিচাবে বিবেচিত আৰু সোৱাদত মিঠা। ইয়াত প্রচুৰ পৰিমাণে গ্লুকোজ আৰু ফ্রুক্টোজ আছে। প্রায় সকলো প্রয়োজনীয় খনিজ লোণ জামুত পোৱা যায়, যিবোৰ শৰীৰৰ বাবে প্রয়োজন।
জামু খোৱাৰ উপকাৰিতা :
১. পেটৰ সমস্যাৰ পৰা মুক্তি দিয়ে :
পেটৰ সকলো ধৰণৰ সমস্যাত সহায় কৰে জামুই৷
২. প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে :
জামু দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। ইয়াত পটাছিয়াম, আয়ৰন, কেলচিয়াম আৰু ভিটামিন চি আছে৷ জামু খোৱাৰ ফলত শৰীৰত ৰক্তক্ষয় কমি যায়। জামু খোৱাৰ ফলত শৰীৰত ৰক্তৰ মাত্রা বাঢ়ে।
৩. লিভাৰৰ সমস্যাৰ বাবে :
লিভাৰৰ সমস্যাৰ বাবে আপনি জামু খাব পাৰে। প্রতিদিনে পুৱা আৰু সন্ধ্যা জামুৰ ৰস খালে লিভাৰ সুস্থ থাকিব।
৪. বাত বিষয়ৰ বাবে উপকাৰী :
বাত বিষৰ কাৰণে জামুৰ ছাল সিদ্ধ কৰি খাব পাৰে আৰু বাকী দ্রবণটি গাঁথিবোৰত প্রয়োগ কৰিব পাৰে। ই বিষত স্বস্তি দিয়ে।
৫. ক্ষতৰ বাবে উপকাৰী :
জোতা পিন্ধা অৱস্থাত ভৰিত মোচোকা খালে এই ক্ষতিৰ বাবে জামু উপকাৰী। এনে পৰিস্থিতিত আপুনি জামু পিহি ক্ষতস্থানত লগাব পাৰে।