ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মেক্সিকোৰ এক গহ্বৰত আবদ্ধ চাৰে ছয়কোটি বছৰৰ আগৰ জীৱকুল ধ্বংসৰ ৰহস্য:

ASSAM TIMES POST by ASSAM TIMES POST
May 18, 2021
Reading Time: 1 min read
A A
0
মেক্সিকোৰ এক গহ্বৰত আবদ্ধ চাৰে ছয়কোটি বছৰৰ আগৰ জীৱকুল ধ্বংসৰ ৰহস্য:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

নিউজ ডেক্স:

তেতিয়া প্রায় নিয়মিত বিশালাকায় ধূমকেতুৰ সৈতে সংঘৰ্ষ হৈছিল পৃথিৱীৰ। উদ্গীৰণ হৈছিল আগ্নেয়গিৰি। সময়টো প্রায় চাৰে ছয়কোটি বছৰ আগৰ। সেই সময়ত পৃথিৱীৰ বাসিন্দা বুলিবলৈ ডাইনোছৰ। তাৰপিছত এদিন হঠাৎ সেইবিলাক বিলুপ্ত হৈ গ’ল এই গ্রহৰপৰা।

গৱেষকসকলে বহুদিনৰপৰাই এইদৰে ডাইনোছৰ বিলাকৰ বিলুপ্ত হৈ যোৱাৰ বিষয়টো সন্দৰ্ভত চিন্তা কৰিছে। চিন্তা কৰিছে, কিয়নো, এই ৰহস্য ভেদ হ’লে সেই সময়ৰ পৃথিৱীৰ ভূগোল-বিজ্ঞান-ইতিহাস সকলোবোৰেই জনাত সহজ হ’ব। অৱশেষত খুলিল সেই চাৰে ছয়কোটি বছৰৰ ৰহস্যৰ জঁট।

beb6b537 f586 4191 a7ea 9ed5e55bef55 | ASSAM TIMES POSTহার্ভার্ড বিশ্ববিদ্যালয়ে বহুদিন পূৰ্বে এই বিষয়ত যথেষ্ট পোহৰ পেলাইছে। তেওঁলোকে কৈছে, ডাইনোছৰবিলাকৰ বিলুপ্তিৰ ৰহস্য লুকাই আছে আৰু সেই ৰহস্য আছে মেক্সিকোৰ এক গহ্বৰত।

গহ্বৰটোৰ নাম চিকছুলুব । গৱেষকসকলে দেখিছে এই গুহাত বিয়পি আছে মহাজাগতিক ধুলি,পোৱা গৈছে ইৰিডিয়াম। এই ইৰিডিয়াম ডাইনোছৰবিলাকৰ জীৱাশ্মৰ সৈতেও পোৱা গৈছে। ইয়াৰ অৰ্থ হ’ল, এই ইৰিডিয়াম ডাইনোছৰবিলাক থকাৰ সময়তো আছিল।

হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে, চিকছুলুব ইম্পেক্টৰ হ’ল এক দানৱ গ্রহাণু যি পৃথিৱীৰ ওপৰত আহি পৰিছিল। ইয়াৰ ফলত মেক্সিকান পেনিনছুলাত এক বিশাল গহ্বৰৰ সৃষ্টি হয়। প্ৰকৃততে পেট্রোলিয়ামৰ অনুসন্ধান কৰিবলৈ গৈ এই গহ্বৰটোৰ সন্ধান পোৱা গৈছিল। আৰু তেতিয়াই বিজ্ঞানীসকলৰ চিন্তাৰ দুৱাৰ মুকলি হয়। তাৰপৰাই আৰম্ভ হয় গৱেষণা। পোৱা গ’ল মহাজাগতিক ধুলিও।

প্ৰকৃততে এদল বিজ্ঞানীয়ে লক্ষ্য কৰে, এষ্টেৰয়ডে আমাৰ গ্রহলৈ প্রাণ বহন কৰি আনিছিল। ই নানা অণুজীৱ, বৰফ ইত্যাদি বহন কৰি আনিছিল। ফলত সেই বিজ্ঞানীৰ দল, এই চিকছুলুবৰ তথ্যত উল্লসিত হৈছে। তেওঁলোকে দাবী কৰিছে, এই দৰেই ক্রমশঃ জানিবলৈ পোৱা যাব, ধূমকেতুৰ মাধ্যমেৰেই নানান ৰাসায়নিক কণা, নানা প্রয়োজনীয় জীৱাণু, সমুদ্রজল আহিছে পৃথিৱীলৈ।

সঁচা অৰ্থত এই চিকছুলুব-তথ্যই যদি মান্যতা পায়, তেতিয়া এইটো নিশ্চিত হ’ব যে, চাৰে ছয়কোটি বছৰ আগতে পৃথিৱীত আহি পৰা ধূমকেতুৰ মাধ্যমেৰেই মৃত্যু মুখত পৰিছিল সমগ্ৰ ডাইনোছৰকুল।

Tags: featured3
Share4Tweet3Send

Related Posts

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026
50
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT