ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘মার্ডাৰ’ ছবিত অভিনয়ৰ বাবে মোক ‘পতিতা’ বোলা হৈছিল : মল্লিকা শ্বেৰাৱাট

News Desk by News Desk
May 26, 2021
Reading Time: 1 min read
A A
0
‘মার্ডাৰ’ ছবিত অভিনয়ৰ বাবে মোক ‘পতিতা’ বোলা হৈছিল : মল্লিকা শ্বেৰাৱাট

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে মানুহৰ মানসিকতাও। কিন্তু যিসময়ত পৰিচালক অনুৰাগ বসুই ‘মার্ডাৰ’ ছবি নিৰ্মাণ কৰিছিল, তেতিয়াও দর্শক একান্ত ঘনিষ্ঠ দৃশ্যত সিমানখিনি অভ্যস্ত নাছিল। আৰু সেয়ে মল্লিকা শ্বেৰাৱাটক ‘পতিতা নাৰী’ও বোলা হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত সেই সময়ৰ স্মৃতিচাৰণ কৰিবলৈ গৈ এই কথা জনায় অভিনেত্রীগৰাকীয়ে।

২০০৩ চনত ‘খোৱাইশ’ ছবিত অভিনয় কৰি জনপ্রিয়তা অর্জন কৰিছিল মল্লিকাই। তাৰ পিছৰ বছৰ অনুৰাগ বসুৰ ‘মার্ডাৰ’ত অভিনয় কৰাৰ পিছৰ পৰাই আলোচনা আৰু সমালোচনাৰ কেন্দ্র হৈ পৰে অভিনেত্ৰীগৰাকী। তাৰ অন্যতম কাৰণ, একান্ত ঘনিষ্ঠ দৃশ্য। একবিংশ শতাব্দীৰ আৰম্ভণিৰ সময়ত যি ধৰণৰ দৃশ্যত মানুহ অভ্যস্ত নাছিল, সেই দৃশ্যই দেখুৱাইছিল পৰিচালক অনুৰাগ বসুই।

কিন্তু সেই সময়ৰ কথা ওলালেই মল্লিকাৰ মনত পৰে, তেওঁক নৈতিকতাৰ দোহাই দি মানসিকভাবে হত্যা কৰা হৈছিল তেতিয়া। কেৱল সেয়াই নহয়, অভিনেত্রীগৰাকীয়ে জনায় যে সেই দৃশ্যবোৰত অভিনয় কৰি সমাজৰ চকুত তেওঁ ‘পতিতা’ হিচাবে পৰিচয় পাইছিল। অথচ এতিয়া সেই দৃশ্যবোৰ সকলোৰে বাবে তেনেই স্বাভাৱিক।

মল্লিকাই কয়, ‘‘মোৰ এতিয়াও অনুভৱ হয়, ১৯৫০ বা ’৬০ৰ দশকৰ নায়িকাসকলে বহু ভাল সুযোগ পাইছে। যি চৰিত্র পাইছিল, তাতে অভিনয় কৰাৰ স্থান আছিল। কিন্তু এতিয়া সেইটো নহয়।’’ আৰু সেয়ে তেৱোঁ ইমান বছৰ অপেক্ষা কৰিছে ভাল কাম পোৱাৰ বাবে। তেনে ধৰণৰ উপযুক্ত সুযোগ নাহিলে কাম কৰিবলৈ ৰাজী নহৈছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx