ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিএছপি যতীন চন্দ্ৰ দাসক ৫ দিনৰ আৰক্ষী জিম্মালৈ

আদালতত প্ৰমাণ হ'ব সকলো : যতীন দাস

News Desk by News Desk
June 1, 2021
Reading Time: 1 min read
A A
0
ডিএছপি যতীন চন্দ্ৰ দাসক ৫ দিনৰ আৰক্ষী জিম্মালৈ

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

নিষিদ্ধ ড্ৰাগছ আৰু ছিণ্ডিকেটৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষীৰ অধীক্ষক যতীন চন্দ্ৰ দাসক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ। কামৰূপৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে ৰক্ষকৰূপী ভক্ষক গৰাকীক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ যে ধুবুৰী নৱ-নিযুক্ত অধীক্ষক অভিজিৎ দিলীপৰ নিৰ্দেশত সোমবাৰে গ্ৰেপ্তাৰ হয় খাকী পোচাকত কলংক লগোৱা আৰক্ষী বিষয়াগৰাকী। গ্ৰেপ্তাৰৰ পিছতে ৰাতিয়ে গুৱাহাটীলৈ অনা হয় উপ-অধীক্ষক গৰাকীক।

আদালতত হাজিৰ কৰাবলৈ অনা সময়ত সাংবাদিকৰ আগত গ্ৰেপ্তাৰ হোৱা দাসে কয়- ‘আদালতত প্ৰমাণ হ’ব। মোৰ ফালৰ পৰা মই প্ৰমাণ কৰিম। অভিযোগ দিলেই নহ’ব আদালতত প্ৰমাণ কৰিব লাগিব। মুখ থাকিলে কৈ দিব পাৰে। আদালতত কেচ উঠিলে প্ৰমাণ হ’ব’।

ধুবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰা বুলি সাংবাদিকে কৰা মন্তৱ্যত তেওঁ কয়-নিৰ্দেশ কাৰ ক’ব নোৱাৰো।

উল্লেখ, আদালতত হাজিৰ কৰোৱা সময়ত ধৃত আৰক্ষী বিষয়াগৰাকী মুখত নাছিল কোনো লজ্জাভাৱ। বিশেষকৈ অন্য অভিযুক্তক কৰ্টত হাজিৰ কৰোৱা সময়ত অভিযুক্ত হাতত হেণ্ডকাফ দেখিবলৈ পোৱা যায়। কিন্তু অসম আৰক্ষী গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী হাতত নাছিল কোনো ধৰণৰ হেণ্ডকাফ। একেদৰে ধৃত আৰক্ষীৰ বিষয়াজনক কৰ্টত হাজিৰ কৰাবলৈ অনা মুহূৰ্তত অন্য সাধাৰণ অভিযুক্তৰ দৰে আৰক্ষীৰ কটকটীয়া বেহু মাজত ভৰাই অনাৰ বিপৰীতে আৰক্ষী বাহনৰ সন্মুখৰ চিটত বহুৱাই অনা হৈছিল। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী ৰাজ আতিথ্য দেখি একাংশ ৰাইজে সামাজিক মাধ্যমত বিভিন্ন প্ৰশ্নৰো অৱকাশ তুলিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx