ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সন্তানৰ জীৱন বচাবলৈ ৩০০ কিঃমিঃ চাইকেল চলাই ঔষধ আনিলে পিতৃয়ে

News Desk by News Desk
June 2, 2021
Reading Time: 1 min read
A A
0
সন্তানৰ জীৱন বচাবলৈ ৩০০ কিঃমিঃ চাইকেল চলাই ঔষধ আনিলে পিতৃয়ে

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

ইয়াকে কয় সন্তানৰ প্ৰতি প্রেম আৰু দায়বদ্ধতা। যাৰ কোনো তুলনা নহয়। এই লকডাউনৰ মাজতো সন্তান প্রেমৰ অনন্য নজিৰ ৰাখিলে কর্ণাটকৰ মহিশূৰ জিলাৰ কোপ্পালু গাঁৱৰ আনন্দে। তেওঁৰ ১০ বছৰীয়া পুত্ৰ দীর্ঘদিন ধৰি অসুস্থ। ঔষধৰ প্রয়োজন। কিন্তু লকডাউনৰ বাবে চলা নাই গাড়ী। অগত্যা সন্তানৰ প্রাণ বচাবলৈ তীব্র গৰম আৰু ৰ’দক উপেক্ষা কৰি ৩০০ কিলোমিটাৰ চাইকেল চলাই ঔষধ লৈ আহিল আনন্দে। তেওঁৰ সন্তান বিশেষভাবে সক্ষম। তেওঁৰ জীৱন বচাবলৈ আনন্দৰ এই পৰিশ্রমৰ প্রশংসা কৰিছে গাঁওবাসীয়ে।

বিশেষভাবে সক্ষম আনন্দৰ সন্তানৰ বাবে প্রতিদিনে ঔষধৰ প্রয়োজন হয়। ইফালে লকডাউনৰ বাবে ৰাজহুৱা পৰিবহণ বন্ধ। আনহাতে, দুখীয়া পিতৃৰ হাতত ইমান টকাও নাই যে গাড়ী ভাড়া কৰি বেঙ্গালুৰুলৈ গৈ ওষধ আনিব পাৰিব। সেয়ে উপায়ন্তৰ হৈ চাইকেলকেই ভৰসা কৰি ল’লে। ৩০০ কিলোমিটাৰ চাইকেল চলাই ঔষধ লৈ আহে। আনন্দে কয়, ‘আমাৰ পুত্ৰই যি ঔষধ খায় সেয়া ইয়াত পোৱা নাযায়। অথচ প্রতিদিনে তেওঁৰ ঔষধৰ প্ৰয়োজন। চিকিৎসকে কৈছে নিয়মিত ঔষধ খুৱালে ১৮ বছৰ বয়সত তেৱোঁ অন্যান্যসকলৰ দৰে স্বাভাবিক হ’ব। সেয়ে পলম নকৰি চাইকেল লৈয়েই বেঙ্গালুৰু বুলি ৰাওনা হওঁ।’ একেৰাহে তিনিদিন চাইকেল চলাই অসম্ভৱ কঁকালৰ বিষ লৈ সন্তানৰ বাবে ঔষধ লৈ ঘৰলৈ উভতে আনন্দ।

Tags: Featured
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx