![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
টেট উত্তীৰ্ণ বাবে ভাল খবৰ। টেট উত্তীৰ্ণ প্ৰমান-পত্ৰ ম্যাদ লাইফটাইমৰ বাবে। বৰ্তমান ম্যাদ ৭ বছৰ আছিল। কেন্দ্ৰীয় শিক্ষা দপ্তৰে প্ৰকাশ কৰে এই কথা।
উল্লেখ যে, ৰাজ্যত বহুসংখ্যক টেট উত্তীৰ্ণ বৰ্তমানো বঞ্চিত হৈ আছে চাকৰি পৰা। বিভিন্ন সময়ত টেট উত্তীৰ্ণসকলে প্ৰমাণ-পত্ৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে দাবী জনায় আহিছিল।













