ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰণ জোহৰৰ ছবিত এইবাৰ আন্তর্জাতিক তাৰকা, চমকৰ অপেক্ষাত বলিউড

News Desk by News Desk
June 5, 2021
Reading Time: 1 min read
A A
0
কৰণ জোহৰৰ ছবিত এইবাৰ আন্তর্জাতিক তাৰকা, চমকৰ অপেক্ষাত বলিউড

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

নিউজ ডেস্কঃ

কৰণ জোহৰে বিচাৰিলে কি নহয়!

তেওঁৰ ইচ্ছাত আন্তর্জাতিক তাৰকাসকলো আহি উপস্থিত হ’ব পাৰে আৰব সাগৰৰ তীৰত মায়ানগৰীত। শীঘ্রেই তেনে কিবা এটাই ঘটাবলৈ আগবাঢ়িছে বলিউডৰ সদা বিতর্কিত প্রযোজক-পৰিচালকজনে। ইণ্ডাষ্ট্ৰিৰ ভিতৰত এতিয়া তেনে এক গুঞ্জনেই।

জানিবলৈ পৰা মতে, ইটালীয় অভিনেতা, গায়ক আৰু মডেল মিকেলে মোৰোনেকক লৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে কৰণ জোহৰ! ইতিমধ্যে তেওঁৰ দলৰ সৈতে যোগাযোগ কৰি কামৰ কথা আগবঢ়োৱাৰ চেষ্টা কৰিছে পৰিচালকজনে। নিজৰ প্রযোজনা সংস্থা ‘ধর্ম প্রডাকচনছ’ৰ ডিজিটেল শাখা ‘ধর্মাটিক এণ্টাৰটেইনমেন্ট’ৰ এখন ছবিৰ বাবে মিকেলেক বিচাৰিছে তেওঁ।

উল্লেখ্য, যোৱা বছৰ নেটফ্লিক্সত ‘৩৬৫ ডেজ’ ছবিৰ সুবাদত বিশ্বৰ নানা প্রান্তত খ্যাতি বিয়পি পৰে মিকেলেৰ। ‘ইৰোটিক ৰোম্যান্স’ ঘৰানাৰ এই ছবিখনত এজন চিচিলীয় ডনৰ ভূমিকাত অভিনয় কৰিছিল তেওঁ। ডিজিটেল প্লেটফর্মত ছবিখন পলিচ, ইটালীয় আৰু ইংৰাজী ভাষাত মুক্তি পায়। তাত মিকেলেৰ সুগঠিত চেহেৰা, আবেগিক অভিনয়ে হৃদস্পন্দন বঢ়াইছিল অজস্র দর্শকৰ। পৃথিৱীৰ অন্যান্য প্রান্তৰ দৰে ভাৰততো তেওঁৰ অনুৰাগীৰ সংখ্যা একেবাৰে কম নহয়। মিকেলেৰ ইনষ্টাগ্রামত চকু ৰাখিলেই সেয়া আৰু বুজিবলৈ বাকী নাথাকে। সেয়ে কৰণৰ ছবিত মিকেলেৰ অভিষেকৰ খবৰ চূড়ান্ত হোৱালৈকে দিন গণিছে উপ-মহাদেশখনৰ অনুৰাগীসকলে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx