ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্বজুৰি হঠাৎ বিপৰ্যস্ত ইণ্টাৰনেট সেৱা

News Desk by News Desk
June 8, 2021
Reading Time: 1 min read
A A
0
বিশ্বজুৰি হঠাৎ বিপৰ্যস্ত ইণ্টাৰনেট সেৱা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্কঃ

হঠাৎ বিপর্যস্ত হ’ল বিশ্বজুৰি ইন্টাৰনেট সেৱা। কাম কৰা নাই একাধিক বৃহৎ সংবাদ মাধ্যমৰ ৱেবছাইটে। সমস্যাত পৰিবলগা হৈছে আমাজনৰ দৰে ই–কমাৰ্চ ছাইট। জানিব পৰা মতে, ফিনান্সিয়াল টাইমছ, নিউয়র্ক টাইমছ, চিএনএন, ব্লুমবার্গ নিউজসহ একাধিক আন্তর্জাতিক সংবাদ মাধ্যমৰ ৱেবছাইটবোৰে হঠাৎ কাম নকৰা হৈ যায়। মঙ্গলবাৰে দিনটোত এই সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰি Amazon.com ৰ ৰিটেইল ৱেবছাইটও ইন্টাৰনেট বিপর্যয়ৰ সম্মুখীন হৈছে। কিন্তু কিয় এনেকুৱা হ’ল, সেয়া এতিয়াওও জনোৱা নাই আমাজনৰ তৰফৰ পৰা। আনহাতে, বিবিচিৰ ৰিপোর্ট মতে, কাম কৰা বন্ধ কৰি দিছে ব্রিটেইনৰ চৰকাৰী ৱেবছাইটেও। gov.uk ‌ত ক্লিক কৰিলে দেখুৱাইছে Error 503‌। 

বিশ্বজুডৰি সংবাদ মাধ্যমৰ ৱেবছাইটবোৰেই কিয় কাম কৰা নাই, তাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিশেষজ্ঞসকলৰ একাংশৰ মতে, কোনো বিশেষ কাৰণত আন্তর্জাতিক মিডিয়াক টার্গেট কৰা হ’ব পাৰে। অৱশ্যে আৰু এটি কাৰণ হোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, ক্লাউড কম্পিউটিং প্রোভাইডাৰ Fastly এই সকলো ৱেবছাইটৰ দায়িত্বত আছে। তেওঁলোকৰ সেৱাত গণ্ডগোল হোৱাৰ বাবেই কাম কৰা নাই ছাইটবোৰে। সমগ্ৰ বিষয়টি তদন্ত কৰিছে  Fastlyয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT