ASSAM TIMES POST
গোসাইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰ স্থানীয় বাসিন্দা জলিলউদ্দিন সেখৰ পুতেক বদিয়তজ্জামান সেখ আজি বহুত দিন জটিল ৰোগত ভুগি আছে।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটো বদিয়তজামান জটিল ৰোগত আক্ৰান্ত হয়। উল্লেখ্য যে দিন হাজিৰা কৰি খোৱা কেন্সাৰ ৰোগত আক্রান্ত হোৱা বদিয়তজ্জামানে এই পৰিয়ালটোক পোহ-পালন কৰি আছিল।

জানিব পৰা মতে তেওঁৰ অলপ মাটি বিক্ৰী কৰি চিকিৎসাৰ নামত খৰছ কৰিব লগা হয় আৰু উপায়ন্তৰ হৈ অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু অসমৰ ৰাইজৰ ওচৰত চিকিৎসাৰ বাবে সহায়ৰ বাবে অনুৰোধ জনায়।
এই পৰিয়ালটো তলত একান্ট নং SBI. 35253208423, IFSC code- SBIN0013090 আৰু দূৰভাষ নং- ৮১৩৩০৭৮৭৫৫/৯৯৫৭৪৪৩২৮৩ এই দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।













