ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৭২ ঘণ্টাত আদানিৰ লোকচান ৭৬ হাজাৰ কোটি টকা !

News Desk by News Desk
June 19, 2021
Reading Time: 1 min read
A A
0
৭২ ঘণ্টাত আদানিৰ লোকচান ৭৬ হাজাৰ কোটি টকা !

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

সম্প্রতি প্রকাশিত ব্লুমবার্গ বিলিয়নিয়াৰছ সূচক অনুযায়ী, এছিয়াৰ শীর্ষ ধনীসকলৰ তালিকাত দ্বিতীয় স্থানত আছিল ভাৰতৰ গৌতম আদানি। প্রথম স্থানত থকা মুকেশ আম্বানিৰ ৰিলায়েন্স গ্রুপৰ পিছত তেৱেঁই আছিল ভাৰত তথা এছিয়াৰ দ্বিতীয় সর্বোচ্চ ধনী। কিন্তু সম্প্ৰতি তেওঁৰ শিৰৰ মুকুট কাঢ়ি নিয়ে চীনা ব্যৱসায়ী ঝাং শনশানে। বর্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৯.৩ বিলিয়ন ডলাৰ।

জানিব পৰা মতে, বিগত কেইবাদিন ধৰি আদানি গ্রুপৰ শ্বেয়াৰ মূল্য অবিৰতভাৱে কমিছে। যাৰ প্রভাব পৰিছে সম্পূৰ্ণ সম্পত্তিৰ ওপৰত। এই কাৰণে এছিয়াৰ দ্বিতীয় ধনী ব্যক্তিৰ তালিকাৰ পৰা তেওঁ তৃতীয় স্থানলৈ অৱনমিত হৈছে। ইয়াৰ উপৰি বিশ্বৰে ধনী ব্যক্তিসকলৰ ভিতৰত তেওঁৰ বৰ্তমান অৱস্থান ১৫।
যোৱা বছৰে প্রায় ৩৩.৮ বিলিয়ন ডলাৰ সম্পত্তি বৃদ্ধি হয় আদানি গ্রুপৰে। কৰোনা কালত আদানি গ্রিন, আদানি টোটেল গেছ, আদানি পাৱাৰসহ বহু কেইটা কোম্পানীৰ সম্পত্তি বাঢ়ি হয় প্রায় ৮ ট্রিলিয়ন ডলাৰে।

কি কাৰেণত এই অৱস্থা?

সোমবাৰে, ১৪ জুনত খবৰ বিয়পি পৰে যে নেচনেল চিকিউৰিটিজ ডিপোজিট লিমিটেডে (এনএছডিএল) তিনি বিদেশী পুঁজি ‘ফ্রিজ’ কৰি দিছে। ইয়াৰ ভিতৰত আদানি গ্রুপৰে চাৰিটা প্রতিষ্ঠানৰে প্রায় ৪৩ হাজাৰ ৫০০ কোটি টকাৰে শ্বেয়াৰ আছে। সেই কাৰেণেই হঠাৎ পতনৰে সম্মুখীন হয় আদানি গ্রুপৰে শ্বেয়াৰ। বিগত তিনি দিনতেই প্রায় ৯ বিলিয়ন ডলাৰৰ অর্থাৎ ৭৬ হাজাৰ ৩১০ কোটি ৭২ লাখ ১০ হাজাৰে টকা ক্ষতিৰে সম্মুখীন হৈছে আদানি গ্রুপ।

Tags: Featured
Share4Tweet3Send

Related Posts

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

by News Desk
June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

by News Desk
June 24, 2026
50
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু
National-International

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

by News Desk
June 24, 2026
50
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

by News Desk
June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
ADVERTISEMENT
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT