ষ্টাফ ৰিপ’ৰ্টাৰ:
ডেৰ বছৰৰ পাছত পত্নী গিতাশ্ৰী তামুলী, পুত্ৰ নাচিকেতা কাষত বিধায়ক অখিল গগৈ।ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুটা দিনৰ বাবে ঘৰলৈ আহিছে কাৰাবন্দী নেতা অখিল গগৈ।
শুকুৰবাৰে গুৱাহাটী নিজৰাপাৰা বাসগৃহত থকা পিছত শনিবাৰে পুৱাই যোৰহাটত থকা মাতৃ প্ৰিয়দা গগৈৰ কাষলৈ যাব গগৈ।
নিজৰাপাৰা বাসগৃহত উপস্থিত হৈয়ে পত্নী-পুত্ৰৰ সৈতে ফটো উঠিলে বিধায়ক গগৈয়ে।পুত্ৰক কাষত পাই আবেগিক হৈ পৰিল গগৈ।