ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম সত্ৰ মহাসভাৰ নুমলীগড় ধোদাঙত মধ্যকালীন অধিৱেশন, নিৰ্বাচিত ১৭ টা ভাওনা দলৰ মাজত অসম ভিত্তিত ভাওনা সমাৰোহ

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

atp3 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

বোকাখাতঃ অসম সত্ৰ মহাসভাৰ ৫৩ সংখ্যক মধ্য কালীন বোকাখাত অধিৱেশনৰ লগত সংগতি ৰাখি অসম ভিত্তিত আয়োজিত কৰা ভাওনা প্ৰতিযোগিতাৰ বোকাখাত জিলা সত্ৰ মহাসভা আৰু আদৰণী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা যোৱা ৭ চেপ্তেম্বৰত নুমলীগড় ধোদাঙৰ শংকৰ মাধৱ নামঘৰত অনুস্থিত হয় ৷ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি দেবপ্ৰদীপ বৰাৰ সভাপতিত্বত অনুস্থিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক লক্ষীপ্ৰসাদ কটকীয়ে ৷

ৰুলী হাজৰীকাৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত আদৰণী সমিতিৰ যুটীয়া সম্পাদক প্ৰদীপ কুমাৰ বৰা আৰু প্ৰশান্ত শৰ্মাই কাৰ্যসূচী সমুহৰ অগ্ৰগতি সম্পৰ্কত অৱগত কৰাই ৷ প্ৰথমে নিৰ্বাচিত ১০ টা দলৰ মাজত ভাওনা সমাৰোহ অনুস্থিত কৰাৰ সিদ্ধান্ত হৈছিল যদিও দলৰ অংশৰ প্ৰতি লক্ষ্যৰাখি ১৭ টা দলৰ মাজত সমাৰোহ অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সেই অনুসৰি অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত দল আৰু নাট সমুহ হল শ্ৰীমন্ত শংকৰ- মাধৱ নাট্য গোষ্ঠী, সৰুচৰাই, যোৰহাট, “যযাতিৰ জৰাপ্ৰাপ্তি, পুৰুৰ ৰাজ অভিষেক”, বৈকুন্ঠ শিল্পী সমাজ,পশ্চিম যোৰহাট, “উতংকমুনিৰ গুৰু দক্ষিণা”, মহাৰথী শিল্পী সমাজ, দেৰগাঁও, “গজকেতু উপাখ্যান”, শংকৰজ্যোতি সাংস্কৃতিক গোষ্ঠী, ধোদাং, নুমলীগড় “তুলসীৰ সতীত্ব হৰণ, শংখচূড় বধ” বাসুদেৱ নাট্য গোষ্ঠী,বনগাঁও, গোলাঘাট “পৰশুৰামৰ পিতৃভক্তি” গোপালদেৱ শিল্পী সমাজ, আহতগুৰি, যোৰহাট “কুৱালশ্ব উপাখ্যান” পদ্মনাভ শিল্পী সমাজ, গোলাঘাট “প্ৰদ্যুম্ন পৰ্ব” সাম্প্ৰতিক সাংস্কৃতিক গোষ্ঠী, কেন্দুগুৰি, যোৰহাট “অম্বাৰ দেহত্যাগ” গনকপুখুৰী, দেৰগাঁও “অজামিল উপাখ্যান” কল্পতৰু নাট্যগোষ্ঠী, তৰাজান, যোৰহাট “কল্মাসপাদ উপাখ্যান” সপ্তৰথী শিল্পী সমাজ, শিৱসাগৰ “শ্ৰী ৰামৰ অশ্বমেধ যজ্ঞ, শিৱ হনুমানৰ যুদ্ধ”, সাৰংগপানী শিল্পী সমাজ, শালিকীহাট, গোলাঘাট “ভাতৃবধু” উদয়ন শিল্পী মঞ্চ,বালিগাঁও, যোৰহাট “ৰুহিতাশ্বৰ ধৰ্ম পৰীক্ষা”,
চক্ৰপানী নাট্যদল,কমাৰগাঁও, “সিন্ধুমুনিৰ অভিশাপ, দশৰথৰ স্বৰ্গ উদ্ধাৰ” অংকুৰণ ভাওনা দল, বোকাখাত “শ্ৰীবৎস উপাখ্যান” দাধৰা সাংস্কৃতিক উন্নয়ন চৰা, দেৰগাঁও “কচ দেৱযানী” গুৰু শংকৰ নাট্য গোষ্ঠী, ৰংদৈ, যোৰহাট “নাৰদৰ ব্ৰহ্মতত্ব লাভ, বেদৱতী উপাখ্যান” ৷

নিৰ্বাচিত দলক ১৫ ছেপ্তেম্বৰৰ ভিতৰত যোগদান কৰাৰ বাবেও সভাই আহ্বান জনায় ৷ জিলা সমিতিৰ সভাপতি গৌতম গোস্বামী, কাৰ্যকৰী সভাপতি খৰ্গেশ্বৰ বৰা, আদৰণী সমিতিৰ কাৰ্যতৰী সভাপতিদ্বয় ৰশ্মি কাকতী, চন্দ্ৰ শেখৰ গগৈ, গোবিন কাকতী আদিয়ে বক্তব্য ৰখা সভাত ৩০ অক্টোবৰৰ পৰা ৮ নবেম্বৰলৈ অধিৱেশন আৰু ভাওনা প্ৰতিযোগিতা ধোদাং বৰনামঘৰৰ সমীপত অনুস্থিত কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাই অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত ধোদাং গাঁওবাসীৰ আতিথ্যত আৰু বৃহত্তৰ মহুৰা মৌজাবাসীৰ সহযোগত অনুস্থিত হব লগা সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ সহযোগ কামনা কৰে৷ লগতে অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা প্ৰদৰ্শিত হব লগা কৃষি মেলা সম্পৰ্কতো বিস্তাৰিত আলোচনা হয় ৷ ভাওনা প্ৰতিযোগিতাৰ নিৰ্বাচিত দল সমূহে ৯৯৫৪৩০৬৫৫৯ বা ৭০০২৪৮১৯৬১ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ সভাৰ পূৰ্বে নুমলীগড় তিনি আলিত অধিৱেশনৰ অস্থায়ী কাৰ্যালয় মুকলি কৰে জিলা সমিতিৰ সভাপতি গৌতম গোস্বামীয়ে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx