![]()
নিউজ ডেস্কঃ
মেঘালয়ত জিলা সংখ্যা বৃদ্ধি।মইৰাংগক নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে ৰাজ্যখনৰ।মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰিছে এই কথা।
উল্লেখ যে এই ঘোষণাৰ পাছতে ১২খনলৈ বৃদ্ধি পালে ৰাজ্যখনত জিলা সংখ্যা।১৫ আগষ্টৰ পূৰ্বে সম্পূণ জিলা মৰ্যদা লাভ কৰিব নতুন জিলাখনে।













