ষ্টাফ ৰিপ’ৰ্টাৰ
আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটত তলৰ সিদ্ধান্তকেইটা গ্ৰহণ কৰা হয় :
# কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শক, সকলোৰে বাবে এমাহৰ বাধ্যতামূলক ছুটি৷
# সশস্ত্ৰ বেটেলিয়নৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নীতি৷
# পৰিয়াল লগত থাকিলে পাব ১০ দিনৰ ছুটি৷
# পৰিয়াল লগত নাথাকিলে পাব এমাহৰ ছুটি৷
# সমবায়সূহে প্ৰতিবছৰে ৫ লাখকৈ মঞ্জুৰি পাব৷
# ১৬ জিলাত সমবায়সমূহে পাব পৰিবহণৰ সুবিধা৷
# বিধায়ক পদ্ম হাজৰিকালৈ কেবিনেট মৰ্যাদা৷
# ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠ গ্ৰহণৰ সুবিধাৰ বাবে সকলোতে বহুওৱা হ’ব মোবাইল টাৱাৰ৷
উল্লেখ্য, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে তিনিগৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান কৰি এখন সমিতি গঠন কৰি দিয়ে আজিৰ কেবিনেটে৷