![]()
মনোজ কুমাৰ পাঠক
উজনিমুৱা অবধ আছাম এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ গ’ল এজনৰ। লংকাৰ ১নং ৰে’ল গেইটৰ সমীপত এই ঘটনা।
ঘটনাস্থলীত লংকা ৰে’ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে ক্ষত বিক্ষত মৃতদেহ । বৰ্তমানলৈকে ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

© 2020 Assam Times Post. | Powered By Webx