![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কংগ্ৰেছ বিধায়নী দলৰ প্ৰতিনিধিৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এটা সজাতি দলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাক।
ক’ৰনাৰ প্ৰতিৰোধী সংগ্রামলৈ কংগ্ৰেছ বিধায়নী দলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই ১০ লাখ টকা।
উল্লেখ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত কংগ্ৰেছ বিধায়নী দলত উপস্থিত থাকে ৰকিবুল হুছেইন, ৰেকিবুদ্দি আহমেদ, ভৰত নৰহ প্ৰমুখ্যে বহুকেইজন বিধায়ক।













