ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটী মহানগৰী পাৰ্কিং মাচুল বিনামূলীয়া ঘোষণা। পূৰ্বৰ দৰে লেচিয়ে গাড়ী পাৰ্কিং কৰাৰ বাবদ সমগ্ৰ কৰিব নোৱাৰিব মাচুল। পৌৰ নিগমে জাননীযোগে এই কথা অৱগত কৰিছে।
উল্লেখ গুৱাহাটী ৫০টাকৈ পাৰ্কিং শ্লট এতিয়া পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ কথা আৱন্টিত পাৰ্কিং শ্লটৰ বিপৰীতে জিএমচিক দিব লগা ধন লেচিসকলে পৰিশোধ কৰাত বিফল হোৱাৰ পিছতেই পৌৰ নিগমে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
জিএমচি আয়ুক্তই জাৰি কৰাৰ নিৰ্দেশ মৰ্মে- মহানগৰী ৫০টাকৈ ৰাজহুৱা পাৰ্কিং শ্লট বিনামূলীয়া কৈ এতিয়া পৰা ব্যৱহাৰ কৰিব পাৰিব।