ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯৭২৫৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৫৭৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৮৫জন যোৰহাটৰ, ১৮০জন গোলাঘাটৰ, ১৫০ জন কামৰূপ মেট্ৰ’ৰ আৰু ১০৩জন শোণিতপুৰৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৬২ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৭৯৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৫.১০ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৩৬৬৩জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৯৯৭২ জন ৰোগী।
Summary of 11/7/2021
Today’s Total 1579
Overall Positivity Percentage (1579 cases out of 97,257 test done = 1.62%)
Kamrup(M) 150
Death 16
Recovery Rate 95.10%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 11, 2021