ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰিলে ৰাজ্য চৰকাৰে দিব চাকৰি : মুখ্যমন্ত্ৰী

News Desk by News Desk
July 19, 2021
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰিলে ৰাজ্য চৰকাৰে দিব চাকৰি : মুখ্যমন্ত্ৰী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

ৰাজ্যৰ ক্ৰীড়াবিদলৈ ভাল খবৰ। অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ঘোষণা ৰাষ্ট্ৰীয় পয্যায়ত পদক প্ৰাপ্ত খেলুৱৈক চৰকাৰে প্ৰদান কৰিব চাকৰি।

বিধানসভা বাজেট অধিৱেশৰ ষষ্ঠ দিনা মুখ্যমন্ত্ৰীয়ে কয়- অলিম্পিকৰ স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায় খেলত পদক প্ৰাপ্তই লাভ কৰিব চাকৰি।

শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি দিয়া হ’ব নিযুক্তি। উল্লেখ যে ক্ৰীড়া বাতাবৰণ সুস্থি কৰা বাবে এনে সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

উল্লেখ যে কমনৱেলথ, এছিয়ান গেমছ, অলিম্পিকৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰিলে লাভ কৰিব চাকৰি।

তাপৰ্যপূৰ্ণ কথা যে পূৰ্বতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰা খেলুৱৈক মাহে ৮ হাজাৰ টকাকৈ ক্ৰীড়া পেন্সন দিব বুলিও সদনত ঘোষণা কৰে। পেন্সনৰ পৰিমাণ প্ৰয়োজনত ১০ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি জানিব দিয়ে শৰ্মাই।

ইফালে অলিম্পিকৰ স্বীকৃতপ্ৰাপ্ত খেলত পদক লাভ কৰি পেন্সনৰ পৰা বঞ্চিত থকা খেলুৱৈ তালিকা দূর্গা দাস বড়োক প্ৰদানৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx