ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা। বিদ্যুৎপৃষ্ঠ হৈ এজনৰ মৃত্যু। মহানগৰী চানমাৰি সংঘটিত হৈছে এই দুৰ্ভাগ্যজন ঘটনাটো। চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত ৰং কৰি থকা অৱস্থাত বিদ্যুৎ পৃষ্ঠ হৈ কৰণ মৃত্যুক সাৱটি লয় দিগন্ত দাসে।
উল্লেখ প্ৰত্যক্ষদৰ্শী মতে ঠিকাদাৰ ভুলৰ বাবে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। বিদ্যুৎ সংযোগ কৰ্তন নকৰাকৈ ৰং কৰাইছিল ঠিকাদাৰে ।
আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱা পাছতে সেই স্থানৰ পৰা ঠিকাদাৰ গৰাকীয়ে পলায়ন কৰা বুলি কয় প্ৰত্যক্ষদৰ্শীয়ে।