ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম-মিজোৰাম সীমাত পুনৰ সংঘৰ্ষ : দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰেই মোদী-শ্বাহক অভিযোগ

News Desk by News Desk
July 26, 2021
Reading Time: 1 min read
A A
0
অসম-মিজোৰাম সীমাত পুনৰ সংঘৰ্ষ : দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰেই মোদী-শ্বাহক অভিযোগ

New Logo Very Smal | ASSAM TIMES POST

নিউজ ডেস্কঃ

দুদিন পূৰ্বে শ্বিলঙত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনা কৰি গৈছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। তাৰ পিছতেই সীমা সংক্রান্তীয় বিবাদক লৈ সংঘর্ষত লিপ্ত হ’ল অসম আৰু মিজোৰোম। সোমবাৰে লায়লাপুৰ সীমান্তৰ কাষত মিজোৰামৰ ফালৰ পৰা অসমৰ চৰকাৰী বিষয়াসকলৰ ওপৰত ইটা, শিল আদি নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত গুলী ফুটা বুলিও খবৰ ওলাইছে। উক্ত ঘটনাত অসম-মিজোৰামৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ উঠে। সীমান্তত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে অসম চৰকাৰে। অসম আৰক্ষীৰ সৈতে মিজোৰামৰ বাসিন্দাসকলৰ সংঘর্ষৰ ভিডিও ইতিমধ্যেই বিয়পি পৰিছে ইণ্টাৰনেটত।

Honble ⁦@ZoramthangaCM⁩ ji , Kolasib ( Mizoram) SP is asking us to withdraw from our post until then their civilians won't listen nor stop violence. How can we run government in such circumstances? Hope you will intervene at earliest ⁦@AmitShah⁩ ⁦@PMOIndia⁩ pic.twitter.com/72CWWiJGf3

— Himanta Biswa Sarma (@himantabiswa) July 26, 2021

আনহাতে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়েই উক্ত সঙ্ঘাতৰ ভিডিও টুইটাৰত পোষ্ট কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ হস্তক্ষেপ বিচাৰিছে।

Innoncent couple on their way back to Mizoram via Cachar manhandled and ransacked by thugs and goons.

How are you going to justify these violent acts?@dccachar @cacharpolice @DGPAssamPolice pic.twitter.com/J9c20gzMZQ

— Zoramthanga (@ZoramthangaCM) July 26, 2021

অসম আৰক্ষী আৰু মিজোৰামৰ উক্ত এলেকাৰ স্থানীয় লোকসকলৰ মাজত হোৱা সঙ্ঘাতৰ এটি ভিডিও টুইটাৰত পোষ্ট কৰি মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাঙ্গাই লিখে, ‘অমিত শ্বাহজি, অনুগ্ৰহ কৰি বিষয়টি তদন্ত কৰি চাওক। এইটো এতিয়াই বন্ধ হোৱা উচিত।’ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাকো উক্ত টুইটত টেগ কৰিছে তেওঁ। তাৰ পিছতেই অসম আৰক্ষীয়ে কয়, ভূমি বেদখল ৰুধিবলৈ লায়লাপুৰলৈ সীমান্ত পৰিদর্শনৰ বাবে গৈছিল অসম চৰকাৰৰ বিষয়াসকল। সেই সময়তে তেওঁলোকৰ ওপৰত ইটা-শিল নিক্ষেপ কৰে মিজোৰামৰ কোনো দুষ্কৃতিকাৰীয়ে।

Shri @AmitShah ji….kindly look into the matter.

This needs to be stopped right now.#MizoramAssamBorderTension @PMOIndia @HMOIndia @himantabiswa @dccachar @cacharpolice pic.twitter.com/A33kWxXkhG

— Zoramthanga (@ZoramthangaCM) July 26, 2021

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰত জোৰামথাঙ্গা, কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীক উদ্দেশ্য কৰিছে লিখে, ‘কোলাচিবৰ (মিজোৰাম) আৰক্ষী অধীক্ষকক সীমান্ত ঘাটিৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছিল। আঁতৰি নগ’লে হিংসাও নকমিব বুলি কোৱা হৈছে। এই পৰিস্থিতিত কেনেদৰে চৰকাৰ চলাব পৰা যায়। অনুগ্ৰহ কৰি সোনকালে বিষয়টিত হস্তক্ষেপ কৰক।’

উল্লেখ্য, যোৱা জুন মাহতো সীমান্ত বিবাদক কেন্দ্ৰ কৰি সঙ্ঘাতৰ ঘটনা ঘটিছিল অসম আৰু মিজোৰামৰ মাজত।

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা
National-International

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026
50
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx