ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : সৰিয়হৰ কিছু উপকাৰিতা-অপকাৰিতা

ASSAM TIMES POST by ASSAM TIMES POST
August 1, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : সৰিয়হৰ কিছু উপকাৰিতা-অপকাৰিতা

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

গুণৰ ভাণ্ডাৰ হৈছে সৰিয়হ। ১১ গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকে কেল’ৰি ৫২, প্ৰ’টিন (৩.২ গ্ৰাম, ৪৬ শতাংশ), কাৰ্ব’হাইড্ৰেট (২.৯ গ্ৰাম, ২১ শতাংশ), ফেট (০.৩ গ্ৰাম), এণ্টিঅক্সিডেণ্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে। কলেষ্ট’ৰেলৰ পৰিমাণ হ’ল শূন্য।

সৰিয়হত থকা ভিটামিনসমূহ :

c2d9cdc15f805c56deadf19ed888fc4e | ASSAM TIMES POSTফ’লেট, নিয়াচিন, পেণ্টথেনিক এচিড, পাইৰিডক্সিন, ৰাইবোফ্লেভিন, থায়ামিন, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে আৰু ভিটামিন-ই গামা টক’ফেৰল। ইলেকট্ৰ’লাইট হ’লঃ প’টেছিয়াম ১৬ শতাংশ আৰু ছ’ডিয়াম ১ শতাংশ। খনিজ তত্ত্বসমূহ হ’লঃ কেলচিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, ক’পাৰ, জিংক, ফছফৰাছ, ছালফাৰ আৰু চেলেনিয়াম। ফাইটো-নিউট্ৰিয়েণ্ট হ’লঃ কেৰ’টিন-বি, ক্ৰিপ্টঝেনথিন-বিটা, লিউটেন-ঝিয়াঝেনথিন।

সৰিয়হৰ উপকাৰিতা :

benefits of mustard seeds1 | ASSAM TIMES POST১) কৰ্কট ৰোগ প্ৰতিৰোধক– ২০১০ চনৰ ‘কাৰচিনোজনেচিচ’আলোচনীত প্ৰকাশিত তথ্যমতে সৰিয়হৰ বীজত থকা Allyil Isothiocyanate (AITC) নামৰ তত্ত্বই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে। ফাইটো-নিউট্ৰিয়েণ্ট (Glucosinolates আৰু Microsinase)সমূহে কৰ্কটৰোগ প্ৰতিৰোধ কৰাত অনবদ্য ভূমিকা লয়। সেয়ে পাকস্থলীৰ, মূত্ৰাশয়ৰ আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে।

২) হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেছিয়ামৰ এণ্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।

৩) হৃদৰোগৰ পৰা সুৰক্ষা– সৰিয়হত থকা অ’মেগা-৩, ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে। Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায়।
সৰিয়হে তেজৰ কলেষ্ট’ৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায়।

৪) মেদবহুলতা হ্ৰাস কৰাত ভূমিকা- নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত মেদ বহুলতা হ্ৰাস পায় বুলি Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য।

৫) মাইগ্ৰেইনৰ চিকিৎসা- অ’মেগা-৩, ফেটি এচিড আৰু মেগনেছিয়ামৰ বাবে এয়া সম্ভৱ।

৬) চৰ্মৰোগৰ চিকিৎসাত উপযোগী– চ’ৰিয়াচিচৰ দৰে অ’টো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology)।

৭) চুলিৰ যতন ল’বলৈ ব্যৱহৃত চুলি সৰা, অকালতে পকা, উফি হোৱা, চুলি চুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী।

৮) স্নায়বিক দুৰ্বলতাৰ চিকিৎসা- ভিটামিন আৰু ট্ৰাইচ এলিমেণ্টৰ বাবে সেয়া সম্ভৱ।

৯) ডায়েবেটিছৰ চিকিৎসাত ভূমিকা- ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী। সৰিয়হৰ এণ্টি-অক্সিডেণ্টসমূহে ছুগাৰ মেটাবলিজমত সহায় কৰে।

১০) ৰজোনিবৃতিত প্ৰয়োগ- মেগনেছিয়াম আৰু কেলছিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হ’ব পৰা হাড়ৰ দুৰ্বলতা প্ৰতিৰোধ কৰে। বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল।

১১) তেজ বিশুদ্ধকৰণ।

১২) ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ।

১৩) মদৰ অপকাৰিতা-নিচা কমাবলৈ।

১৪) দৃষ্টিশক্তিৰ উন্নতি সাধন- ভিটামিন-এৰ দ্বাৰা।

১৫ এণ্টিফাংগেল- ৰিং ৱৰ্মত লগালে উপশম পায়।

১৬) বাৰ্ধক্য ৰোধক- শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল কমোৱাৰ ক্ষমতাৰ বাবে।

১৭) বাত বিষৰ চিকিৎসা- চেলেনিয়াম, মেগনেছিয়ামৰ এণ্টি-ইনফ্ৰেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।

১৮) পাইল্‌ছ, শৌচ কচা আদিৰ চিকিৎসাত উপযোগী।

১৯) ইমিউনিটি- এণ্টি-অক্সিডেণ্ট আৰু ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।

২০) উচ্চ ৰক্তচাপত- সৰিয়হত থকা তত্ত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে। ৰক্তনলীত চৰ্বি জমা হ’ব নিদিয়ে। ভিটামিন-ই আৰু আন এণ্টি-অক্সিডেণ্টে অপকাৰী ফ্ৰি-ৰেডিকেলছৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে। সৰিয়হত থকা প’টেয়িছামে হৃদগতি স্থিৰ ৰাখে। এইদৰে বহুমূখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে।

২১) সংক্ৰমণৰোধক।

২২) গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দুৰ্গন্ধ বিনাশক হিচাপেও ব্যৱহৃত হয়।

২৩) সুনিদ্ৰাত সহায়ক- মেগনেছিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আঁতৰ হয়।

২৪) জ্বৰ, চৰ্দি, বিষ।
২৫) ৰক্তকণিকা নিৰ্মাণত সহায়ক- আইৰণ, ক’পাৰ আদিয়ে এনিমিয়া আঁতৰ কৰে।

২৬) হাড় শক্তিশালী কৰে- কেলছিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে।

সৰিয়হৰ পাৰ্শ্বক্ৰিয়াসমূহ হ’ল-

yellow black mustard seeds sarso 500x500 1 | ASSAM TIMES POST১) পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিছ, বমি, ওকালি আদি হোৱা। সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পোৰা অনুভৱ আৰু পানী জ্বলা উঠিব পাৰে।

২) কিডনিৰ পাথৰৰ অসুখত ভোগা লোকে মিঠাতেল কমকৈ সেৱন কৰিব।

৩) মিঠাতেলত থকা অক্সালেটে কেলছিয়ামৰ মেটাবলিজিমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে।

৪) থায়ৰইড হৰমনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব। কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ত্ব (Goitrogen) থাকিব পাৰে। মিঠাতেল তপতালে সেই অৱগুণ যায়।

৫) কম বা উচিত পৰিমাণত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী। কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্যন্ত কৰিব পাৰে।

(বিঃদ্ৰঃ ডঃ ভূপেন শইকীয়াৰ ফেচবুক পোষ্টৰ সম্পাদিত অংশ)

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx