ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ব্লেক কফি খাওক ওজন কমাওক

ASSAM TIMES POST by ASSAM TIMES POST
August 4, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ব্লেক কফি খাওক ওজন কমাওক

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

ঘৰত বহি বহি ওজন বাঢ়ি গৈছে নেকি? ইয়াৰ বাবে নিশ্চয় দুশ্চিন্তাও বাঢ়িছে? এই পৰিস্থিতিত কফিয়েই কিন্তু আপোনাক এই সমস্যাৰ পৰা মুক্তি দিব পাৰে।

ব্লেক কফি যিসকলে পছন্দ কৰে তেওঁলোকেই প্ৰকৃত কফি প্রেমিক। কাৰণ কফিৰ স্বাদ একমাত্র পোৱা যায় ব্লেক কফিতেই। আৰু ওজন কমাবলৈও ব্লেক কফিৰ তুলনা নাই। হার্টৰ ৰোগী কিম্বা ডায়েবেটিছ যিসকলৰ থাকে তেওঁলোকক বিনা চেনি ক’লা কফি খোৱাৰো পৰামর্শ দিয়া হয়। এক কাপ ব্লেক কফিত কেলৰিৰ পৰিমাণ মুঠ ২।

ডিকেফেইনেটেড বীজৰ পৰা বনোৱা হ’লে তাত আকৌ একেবাৰেই কেলৰি নাথাকে। ইয়াৰ উপৰি ব্লেক কফিত ক্লোৰোজেনিক এচিড নামৰ এবিধ উপাদান আছে, যিয়ে ওজন কমোৱাত সহায় কৰে। নিশা খাদ্য খোৱাৰ পিছত এক কাপ ব্লেক কফি খালে শৰীৰত ক্লোৰোজেনিক এচিড গ্লুকোজ উৎপাদনত বাধা দিয়ে। ফলত নতুন ফেট কোষো সৃষ্টি নহয়।

Pretty asian woman drinking coffee | ASSAM TIMES POSTবায়ো-এক্টিভ উপাদান

কফিত বহু পৰিমাণৰ বায়ো-এক্টিভ উপাদান আছে। এইবোৰ হ’লল ক্লোৰোজেনিক এচিড, কেফেইন, ট্রাইগোনেলিন আৰু মেগনেছিয়াম। একাধিক গৱেষণাই কৈছে, এই ধৰণৰ বায়ো-এক্টিভ উপাদানে ওজন কমোৱাৰ ক্ষেত্রত সহায় কৰে। কফিত সীমিত পৰিমাণত কেলৰি থাকে। ইয়াত ফেট নাই বুলিলেই চলে।

এই ক্ষেত্রত যিসকলে ওজন কমোৱাৰ কথা ভাবিছে, তেওঁলোকক ব্লেক কফি খোৱাৰ পৰামর্শ দিয়া হয়। বহুতে আকৌ ব্লেক কফিত চেনি, গাখীৰ বা সামান্য পৰিমাণৰ ক্রিম দি খাবলৈ ভালপায়। এই ক্ষেত্রত আকৌ ওলোটা সমস্যা হ’ব পাৰে। কাৰণ এইবোৰ কেলৰিৰ লগতে ফেটৰো উৎস। তেনে ক্ষেত্রত ওজন কমাৰ সলনি ওলোটাই ওজন বাঢ়ি থাকে।

শক্তিৰ যোগান

ব্লেক কফিত বিভিন্ন এন্টি-অক্সিডেন্টছ আছে যিয়ে দ্রুততাৰে ওজন কমোৱাত সহায়ক ভূমিকা পালন কৰে। ব্লেক কফিৰ সৈতে যদি সামান্য মৌ আৰু নেমু যোগ কৰি খাব পাৰে, তেনেহ’লে যেনেদৰে স্বাদ বাঢ়ে, তেনেদৰেই সি ওজন কমোৱাৰ বাবেও উপকাৰী। ব্লেক কফিত থকা কেফিনে খুব দ্রুততাৰে বিপাক ক্রিয়া বঢ়ায় আৰু আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। ফলত ভোকো কমায়।

খালী পেটত কফি নাখাব

b2157956 dc94 11e6 84f6 f9b2ee092ea6 | ASSAM TIMES POSTকিন্তু খালী পেটত বা একেবাৰে পুৱা কফি নোখোৱাই ভাল। যিসকলৰ ৰাতি টোপনিৰ সমস্যা আছে তেওঁলোকে বৰং ৰাতি কফি খোৱাটো এৰাই চলক। নেমু-মৌ মিহলাই এই কফি খোৱাৰ আদর্শ সময় হ’ল সন্ধ্যা সময়। কফিৰ সৈতে মৌ আৰু নেমুৰ ৰস মিহলালে হজম ভাল হয়। মৌৰ সলনি ব্রাউন চেনিও ব্যৱহাৰ কৰিব পাৰে।

শৰীৰত গ্লুকোজৰ মাত্রা কমায়

অতিৰিক্ত ওজন বাঢ়ি গ’লে শিশু বা প্রাপ্তবয়স্ক উভয়ৰ ক্ষেত্রতেই টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ এটি ডাঙৰ কাৰণ হ’ল শৰীৰত প্রচুৰ পৰিমাণে গ্লুকোজৰ মাত্রা বৃদ্ধি। একাধিক গৱেষণাই কৈছে, ব্লেক কফিত থকাত ক্লোৰোজেনিক এডিডে গ্লুকোজ বৃদ্ধিৰ মোকাবিলা কৰিব পাৰে। ই ইনছুলিনৰ মাত্রা সঠিক ৰখাতো সহায় কৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx