ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সীমান্তত বন-প্ৰতিৰক্ষাকৰ্মীৰ টহল-হস্তক্ষেপ বন্ধ : অসম-মিজোৰামৰ প্ৰতিনিধিৰ বৈঠকত সিদ্ধান্ত

News Desk by News Desk
August 5, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ষ্টাফ ৰিপ’ৰ্টাৰ

অসম আৰু মিজোৰাম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম তথা মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে সীমান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ তথা সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক আদৰণি জনাইছে৷ লগতে এই প্ৰচেষ্টাক আগবঢ়াই নিবৰ বাবে দুয়োখন চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে৷

আজি মিজোৰামৰ আইজল ক্লাবত অসম-মিজোৰাম সীমা বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত বৈঠকৰ পিছত এক যুটীয়া বিবৃতিযোগে এই কথা জনাইছে অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা তথা সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জিডি ত্ৰিপাঠী আৰু মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানা তথা গৃহ সচিব ভানলাংগাথছাকাই৷

বিবৃতিটোত উল্লেখ কৰা মতে, বৈঠকত উপস্থিত থকা মিজোৰাম চৰকাৰৰ প্ৰতিনিধিসকলে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত নিহত অসম আৰক্ষীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ দুয়োখন চৰকাৰে আন্তঃৰাজ্যিক সীমান্তত শান্তি-শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত সহমত পোষণ কৰাৰ লগতে এই ক্ষেত্ৰত ভাৰত চৰকাৰে সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী নিয়োগত সন্তোষ প্ৰকাশ কৰে৷

আনহাতে, দুয়োখন ৰাজ্যই বিবদমান অঞ্চলত বৰ্তমান সময়ত তেওঁলোকৰ বন আৰু সুৰক্ষা বাহিনীৰ টহল, আধিপত্য আদি বন্ধ ৰাখিবলৈ সহমত পোষণ কৰে৷ এই অঞ্চলবোৰ হৈছে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাচাৰ জিলাৰ অসম-মিজোৰাম সীমান্ত অঞ্চল আৰু মিজোৰামৰ মামিট আৰু কলাশিব জিলাৰ সীমান্ত অঞ্চল ৷

লগতে দুয়োখন চৰকাৰৰ প্ৰতিনিধিবৰ্গই অসম-মিজোৰামৰ বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মাজত শান্তি-সম্প্ৰীতি আৰু একতা বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx