![]()
নিউজ ডেস্কঃ
ৰাজ্যত ক’ৰনা নতুন নিৰ্দেশনা। মঙলবাৰৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা। বঙাইগাঁৱত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
পুৱা ৫ বজা পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা। ৰাজ্যত বিয়লি ৬ বজা পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন। খোলা থাকিব সকলো চৰকাৰী কাৰ্যালয়-কৰ্মক্ষেত্ৰ।
বিয়লি ৫ বজালৈ দোকান-পোহৰ খোলাৰ অনুমতি।
আনহাতে আন্তজিলা যাতায়ত পূৰ্ব দৰে বন্ধ থাকিব।
ইফালে অন্য নিয়মসমূহ পূৰ্ব দৰে বাহাল থাকিব। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা বাধ্যতামূলক। বিবাহ আৰু মৃত সত্কাৰ ১০ জনত কৈ অধিক লোকৰ সমাৱেশত বাধা ।
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ঘোষণা কৰে মহন্তই ।













