![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সংযুক্ত মুক্তি বাহিনী অসমৰ পূৰ্ব পৰম্পৰা ভংগ। দেশৰ স্বাধীনতাৰ দিৱসত বন্ধ নিদিয়ে আলফা(স্বা)এ। চলিত বৰ্ষৰ এই সিদ্ধান্ত আলফাৰ। উল্লেখ কভিড পৰিস্থিতিৰ বাবে শিথিলতা প্ৰদান কৰা কথা ঘোষণা কৰিছে সংগঠনটোৱে। বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে বিবৃতি এই সন্দৰ্ভত।
ক’ৰনা বিধি মানি চলাৰ আহ্বান আলফা। গুৰুত্বপূৰ্ণ কথা আলফা স্বাধীনৰ জন্ম পাছৰে পৰা দেশৰ স্বাধীনতা দিৱস বৰ্জনেৰে উক্ত দিনটোত অসম বন্ধ ঘোষণা কৰি আহিছিল। কিন্তু চলিত বৰ্ষত তাৰ ব্যতিক্ৰম।
আনহাতে আলোচনা সন্দৰ্ভত কয়- লক্ষ্য-উদ্দেশ্যৰ পৰা দূৰত্ব বজাই ৰখা আলোচনা প্ৰক্রিয়াক স্বীকৃতি দিয়া নহয়।













