![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেশৰ ১৫২গৰাকী আৰক্ষীলৈ প্ৰদান কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পদক৷ অনুসন্ধানমূলক পাৰদৰ্শিতাৰ এই পদক প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত আছে অসমৰ ৪গৰাকী আৰক্ষী বিষয়া৷ তেওঁলোক হৈছে এছএছপি বিবেকানন্দ দাস, ডিএছপি ডঃ ৰশ্মিৰেখা শৰ্মা, পৰিদৰ্শক সুকুমাৰ সিনহা আৰু সহকাৰী পৰিদৰ্শক দীপাংকৰ গগৈ৷













