![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য প্ৰশাসনত সাল-সলনি। তিনি জিলাত নতুন উপায়ুক্ত নিযুক্তি। শিৱসাগৰ, কোকৰাঝাৰ, হোজাই জিলাত বুধবাৰে নতুন উপায়ুক্ত নিযুক্তি।
কোকৰাঝাৰ জিলা উপায়ুক্ত মেঘা নিধি দাহালক শিৱসাগৰৰ উপায়ুক্ত নিযুক্তি।
এচিএছ অনুপম চৌধুৰীক হোজাই জিলা উপায়ুক্ত হিচাপে নিযুক্তি। আৰু আই.এ.এছ বৰ্ণালী ডেকাক কোকৰাঝাৰ জিলা উপাযুক্ত নিযুক্তি।
আনহাতে, মুখ্যমন্ত্ৰী সচিব ঘনশ্যাম দাসক সমাজক কল্যাণ বিভাগৰ সচিব নিযুক্তি দিয়া হৈছে।













