![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য দূৰণিৱতীয় বাছসেৱা মুকলি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ ঘোষণা। ব্যক্তিগত বাহনসমূহ মুকলি হৈছে ৰাজহুৱা পৰিবহণ মুকলিলৈ আৰু ১৫ দিন অপেক্ষা কৰিব লাগিব। ৰাজহুৱা পৰিবহন শিথিলতা প্ৰদান কৰিলে হ’ব পাৰে বিপদ।
‘অধিক শিথিলতা প্ৰদান কৰিলে আকৌ তিনিমাহলৈ কঠোৰ নীতি- নিয়ম দিব লগা হব পাৰে।ৰাজহুৱা বাহনত ৫০ শতাংশৰ যাত্ৰী উঠোৱা নীতি মানি নচলে।আক্রান্তৰ সংখ্যা দৈনিক ৭০০-৮০০ হৈ আছে।
উল্লেখ ক’ৰনা সংক্ৰমণ প্ৰতিৰোধ বাবে যোৱা এপ্ৰিলৰ বন্ধ হৈ আছে দূৰণিৱতীয় বাছসেৱা।শেহতীয়াকৈ আন্তজিলা যাতায়তত ব্যক্তিগত বাহনসমূহ অনুমতি দিয়া হৈছে যদিও ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ ৰাখিছে।













