নিউজ ডেক্স:
ৰাজ্যৰ সাংস্কৃতিক জগতলৈ ভাল খবৰ।ট’ৰণ্টু আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত উজ্বলিল মোহময়ী অভিনেত্ৰী আইমি বৰুৱা।
ডিমাছা ভাষা ছবি শ্যামখৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পাইছে অভিনেত্ৰী গৰাকীয়ে।উল্লেখ ডিমাছা ভাষাৰ প্ৰথমখন ছবি আছিল শ্যামখৰ।
ইফালে বঁটা লাভ কৰি অভিনেত্ৰী আইমীয়ে ধন্যবাদ জনাই ছবিখন সৈতে জড়িত প্ৰত্যেক গৰাকীৰ কলা-কৌশলীক।