![]()
স্বাস্থ্য প্ৰতিবেদন:
# মধুৰিআমৰ পাতৰ চাহে ডায়েবেটিছ কমায়। একেৰাহে তিনি মাহমান খালে ইয়াৰ উপকাৰ পাব। মধুৰিআমৰ কোমল পাত পিহি ৰস খালেও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হয় ।
# ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰি আমৰ পাতৰ ৰস নিয়মিত খাওক l
# গৱেষণা মতে, কেঞ্চাৰ ৰোগীয়ে মধুৰিআমৰ পাতৰ ৰস খালে কেঞ্চাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয়, বিশেষকৈ ব্ৰেষ্ট কেঞ্চাৰ l
# পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰিয়া আদিত কোমল মধুৰিআম পাতৰ ৰস অমৃত স্বৰূপ।
# তেজ গ্ৰহণী হ’লে ইয়াৰ পাতৰ ৰস বা কোমল পাত পাতত দি খালী পেটত খালে বহুত উপকাৰ পোৱা যায় l
# জাপানত মধুৰি আমৰ পাতৰ গুৰিৰে ডায়েবেটিছৰ ঔষধ তৈয়াৰ কৰে। এন্টিবেক্টেৰিয়েল মধুৰিৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে l
# খাদ্যত বিষক্ৰিয়া হ’লে মধুৰিআমৰ পাতৰ ৰস খাব। ইয়াৰ ৰস নিয়মিত খালে বলিৰেখা নপৰে।
# ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব l
# এলাৰ্জী আদিতো এই ৰস উপকাৰী l
# মধুৰিআমৰ পাতৰ চাহ নিয়মিত খালে স্মৃতিশক্তি বাঢ়ে, মগজু শীতল হৈ থাকে।
# মধুৰিআমৰ পাতৰ ৰস নিয়মিত খালে চুলি সৰা বন্ধ হয়।
# ডেঙ্গুৰ দৰে জ্বৰত মধুৰিআমৰ পাত ব্যৱহাৰ কৰা হয়।
# মধুৰিআমৰ পাতৰ ৰস খালে হাড়ৰ গাঁঠিৰৰ বিষ ভাল হয় ।
# মধুৰিআমে কলেষ্টৰেল কমায় আৰু স্বাস্থ্য নিৰোগী হৈ থাকে।
# সৌন্দৰ্য চৰ্চাতো মধুৰিআমৰ পাত ব্যৱহাৰ হয়।













