![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিষ্ঠুৰ নিয়তিৰ ওচৰত মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই। বুধবাৰে ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে।
উল্লেখ চাৰিদিন পূৰ্বে ৰিণ্টু শৰ্মাই প্রেমজনীত কাৰণত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। গুৰুত্বৰভাৱে আহত ছাত্ৰগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। আইচিইউত জীৱন-মৃত্যুৰে যুঁজ দিছিল।
ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।













