ষ্টাফ ৰিপ’ৰ্টাৰ
অৰুণাচল চৰকাৰৰ মুৰব্বীলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ পত্ৰ। পাহাৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আলফা(স্বা)য়ে ।
অৰুণাচল মুখ্যমন্ত্ৰী প্ৰেমা খান্দুলৈ প্ৰেৰণ কৰা পত্ৰত আলফা(স্বা)ৰ আহ্বান- অৰুণাচলত বাসকৰা অসমৰ লোকক প্ৰদান কৰক পিআৰচি।