![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ চামবাৰীত তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ। ডিমা হাচাওৰ দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত নাৰকীয় কাণ্ডৰ প্ৰতিবাদত ৰাজপথ অৱৰোধ স্থানীয় সহস্ৰাধিক লোকৰ। স্বত:ফূতভাৱে ওলাই অহা স্থানীয় লোকসকলে ন্যায়ৰ দাবী জনাই সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। দৈয়াংমুখ আৰক্ষীৰ ভূমিকাক লৈয়ো প্ৰতিবাদ সাৱ্যস্ত। ডিমা হাচাওলৈ অহা-যোৱা কৰা যানবাহনৰ চলাচলত বাধা প্ৰদান। লোকসকলে বিভিন্ন শ্লোগান দি চৰকাৰক ন্যায় প্ৰদানৰ দাবী।












