ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ! : ডিফুত কংগ্ৰেছ নেতা কমলাক্ষ দে পুৰুকায়স্থ

News Desk by News Desk
September 3, 2021
Reading Time: 1 min read
A A
0
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ! : ডিফুত কংগ্ৰেছ নেতা কমলাক্ষ দে পুৰুকায়স্থ

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ডিফু : কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগে জিলাখনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । কিছুদিন পূৰ্বে সাংসদ আব্দুল খালেক জিলাখনত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি দলটোৰ সাংগঠনিক দিশৰ অৱস্থাৰ বুজ লোৱাৰ পিছত আজি ডিফুত উপস্থিত হয়হি কংগ্ৰেছ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আৰু প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী।

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ডিফুস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গৰ সৈতে এক বৰ্ধিত সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰী সভাপতিগৰাকীয়ে দলৰ সাংগঠনিক অৱস্থাৰ বুজ লয় । সাংবাদিকৰে হোৱা বাৰ্তালাপত পুৰকায়স্থই জিলাখনত দলীয় কৰ্মীসকলৰ উৎসাহ দেখি আনন্দিত হোৱা বুলি মন্তব্য কৰাৰ লগতে কাৰ্বি আংলঙত কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধি পাবলৈ লোৱা বুলি মন্তব্য কৰে। পৰৱৰ্তী সময়ত আগন্তুক কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলক প্ৰতিহত কৰাৰ বাবে বিশেষ ৰণনীতি প্ৰস্তুত কৰা হ’ব বুলি নেতাগৰাকীয়ে কয়।

আনহাতে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতিয়ে দলৰ কৰ্মীসকলক গাঁৱে গাঁৱে গৈ সংগঠন শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। খৰছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণ, উপ-সভাপতি ৰতন ইংতি, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডা° মংৱে ৰংপি আদি উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx