ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দিল্লীৰ আদালত কক্ষতে গেংষ্টাৰৰ যুদ্ধ, নিহত ৩

News Desk by News Desk
September 24, 2021
Reading Time: 1 min read
A A
0
দিল্লীৰ আদালত কক্ষতে গেংষ্টাৰৰ যুদ্ধ, নিহত ৩

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

দিল্লীৰ আদালত কক্ষৰ ভিতৰতেই চলিল গুলী। শুক্রবাৰে দুপৰীয়া এই গুলীয়াগুলীত প্ৰায় তিনিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোত আহত হৈছে আন বহুকেইজন। দিল্লীৰ কুখ্যাত দুষ্কৃতিকাৰী জিতেন্দ্র গোগীৰ মৃত্যু হয় এই গুলীয়াগুলীত।

#WATCH | Visuals of the shootout at Delhi's Rohini court today

As per Delhi Police, assailants opened fire at gangster Jitender Mann 'Gogi', who has died. Three attackers have also been shot dead by police. pic.twitter.com/dYgRjQGW7J

— ANI (@ANI) September 24, 2021

উত্তৰ দিল্লীৰ ৰোহিণীত আদালত কক্ষৰ ভিতৰতেই বিবদমান দুই দলৰ দুষ্কৃতিকাৰীয়ে গুলী চলায়। দুষ্কৃতিকাৰীয়ে অধিবক্তাৰ পোছাক পিন্ধি আদালত কক্ষত প্রবেশ কৰিছিল।

Shoot out in Rohini Court (Source of the Video: Unknown)

Gangster and Assailant shot dead. pic.twitter.com/bczYGowctr

— Bar and Bench (@barandbench) September 24, 2021

কুখ্যাত দুষ্কৃতিকাৰী গোগীৰ বিৰুদ্ধে একাধিক গোচৰ আছে। যোৱা এপ্রিলত তেওঁক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ বিশেষ বিভাগে। তেনে এক গোচৰত আদালতলৈ অনা হৈছিল গোগীক। তেতিয়াই বিৰোধী দলৰ দুষ্কৃতিকাৰীয়ে তেওঁৰ ওপৰত গুলী চলোৱা বুলি প্ৰাৰম্ভিকভাৱে জানিব পৰা গৈছে। গোগীৰ ওপৰত আক্ৰমণৰ ঘটনাত ‘টিল্লু’ দলৰ দুষ্কৃতিকাৰী জড়িত বুলি আৰক্ষীৰ সন্দেহ। দুষ্কৃতিকাৰীৰ গুলীচালনাৰ মাজতেই আৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। আৰক্ষীৰ গুলীত দুষ্কৃতিকাৰী দলৰ দুজনৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ সূত্র মতে, শুক্রবাৰৰ উক্ত ঘটনাত আদালত চৌহদৰ ভিতৰত ৩৫-৪০ ৰাউন্ড গুলী চলে। তাত কর্মৰত এগৰাকী মহিলা উকীলো আহত হৈছে।

Just In | Firing in #Delhi’s Rohini Court: Jailed Gangster Jitender Gogi Killed by Rival, 3 Others reportedly Dead. More details awaited.. pic.twitter.com/AbaozjCkrX

— Akhlad khan (@BawaNaaved) September 24, 2021

RELATED POSTS

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

জানিব পৰা মতে, দিল্লীৰ উক্ত দুই গেঙৰ মাজত বিবাদ দীর্ঘদিনৰ। বিগত কেইবা বছৰত তেওঁলোকৰ মাজত যুঁজত ২৫ জনৰো অধিক ব্যক্তিৰ প্রাণ গৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

by News Desk
July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

by Staff Reporter
July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

by Staff Reporter
July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

by Staff Reporter
July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
ADVERTISEMENT
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx