ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৮জন শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰ

News Desk by News Desk
October 6, 2021
Reading Time: 1 min read
A A
0
৮জন শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

ষ্টাফ ৰিপ’ৰ্টাৰ

সুৰাপান কৰি গাড়ী চলাই গুৱাহাটী জিএছৰোডত ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰ। মেডিকেল বৰ্ডৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজকন্যাক। উল্লেখ্য যে জিএনআৰচি চিকিৎসালয়ত অসুস্থতা দোহাই দি বিগত দুদিন ধৰি ভৰ্তি হৈ আছিল মডেলগৰাকী। আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতো অসুস্থতাত দোহাই দি মঙলবাৰে দিছপুৰ থানাত সাজু হোৱা নাছিল মডেলগৰাকী। তাৰ পাছতে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকক লৈ গঠন কৰিছিল ৬জনীয়া মেডিকেল বোৰ্ড। বুধবাৰে বোৰ্ডে জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰে। বোৰ্ডৰ পৰীক্ষাত ৰাজকন্যাৰ দেহত ধৰা নপৰিল কোনো অসুস্থতা। জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈ থাকিব পৰা কোনোৱে আঘাত নাই ৰাজকন্যা বৰুৱাৰ। আইচিইউত ভৰ্তি হ’বলগা কোনো অসুস্থতা নাই। মেডিকেল বোৰ্ডৰ প্ৰতিবেদন এই কথা প্ৰকাশ পোৱা পাছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসুস্থতাৰ অভিনয় কৰা মডেলগৰাকীক।

চিকিৎসালয়ৰ পৰা ৰাজকন্যাক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে নিজ জিম্মালৈ আনিছে।

আনহাতে, মডেল ৰাজকন্যাক আইচিইউত ৰক্ষণাবেক্ষণ দিয়া জিএনআৰচি কৰ্তৃপক্ষও তদন্তৰ আওতালৈ আহিব।

উল্লেখ্য যে শুকুৰবাৰে নিশা সুৰাপান কৰি গাড়ী চলাই মহতিয়াই নিছিল শ্ৰমিকক। শনিবাৰে গুৰুত্ব অপৰাধ কৰিও লাভ কৰিছিল জামিন। তাৰ পাচতে সমগ্ৰ বিষয়তো সামাজিক মাধ্যমত চৰ্চা হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় মডেলৰাকীক।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx