ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এইবাৰ ‘প্লেবয়’ পত্ৰিকাৰ বেটুপাতত মহিলাৰ পৰিৱৰ্তে সমকামী পুৰুষ তাৰকা!

ASSAM TIMES POST by ASSAM TIMES POST
October 6, 2021
Reading Time: 1 min read
A A
0
এইবাৰ ‘প্লেবয়’ পত্ৰিকাৰ বেটুপাতত মহিলাৰ পৰিৱৰ্তে সমকামী পুৰুষ তাৰকা!

logo new 2 1 1 4 1 3 2 | ASSAM TIMES POST

RELATED POSTS

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

নিউজ ডেক্স:

আমেৰিকাৰ বহুল প্ৰচলিত পত্ৰিকা ‘প্লেবয়’ৰ এক প্রচ্ছদ অৰ্থাৎ বেটুপাতক লৈ সৃষ্টি হৈছে তুমুল চৰ্চা। পুৰুষৰ লাইফ ষ্টাইল, যৌনতা সম্পৰ্কীয় উক্ত পত্রিকাখনৰ প্ৰচ্ছদত সাধাৰণতে নামী-দামী সুন্দৰী মডেলসকলৰ ছবি থাকে। য’ত যৌন আবেদনৰ জোৱাৰ উঠে উক্ত ছবিবোৰৰ পৰা। কিন্তু এইবাৰ উক্ত পৰম্পৰা ভংগ কৰিছে প্লেবয়ে। তাত মূলত যৌনতাৰেই কথা আছে যদিও সেয়া প্ৰকাশ হৈছে অন্যভাবে।

এই পত্রিকাখনত মূলত মেৰিলিন মনৰোৰ দৰে লাস্যময়ী অভিনেত্রীৰ ছবি প্ৰায়েই থাকে। কিন্তু এই প্রথমবাৰ দেখা গ’ল তাত এগৰাকী সমকামী পুৰুষ তাৰকাক। তেওঁৰ নাম বার্টমেন ৰক। বয়স ২৩ বছৰ। উল্লেখ্য, ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বার্টমেনৰ খ্যাতি বিয়পি পৰিছে। তাৰ পৰাই তেওঁৰ নাম জড়িত হৈ পৰে আমেৰিকাৰ বিনোদন জগতত।

উল্লেখ্য, ইয়াৰ পূৰ্বেও দুবাৰ পুৰুষ মুখ দেখা গৈছিল প্লেবয়ৰ প্রচ্ছদত। বার্টমেন হৈছে তিনি নম্বৰ। সেয়ে তেওঁৰ ছবিক লৈ চৰ্চা আৰম্ভ হোৱাটো নিতান্তই স্বাভাৱিক কথা। তাৰ উপৰি আকৌ নিজৰ যৌনতা সম্পর্কেও খোলামেলাকৈ কৈছে তাৰকাগৰাকী। তেওঁ সমকামী। তেওঁৰ ঘৰ ফিলিপিন্সত, ফলত তেওঁ শ্বেতাঙ্গও নহয়। তেওঁৰ দৰে এজন সমকামী পুৰুষে প্লেবয়ৰ প্রচ্ছদত স্থান লাভ কৰাক লৈ আকৌ গর্বিত বহুতেই।

Tags: featured3
Share4Tweet3Send

Related Posts

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

by Staff Reporter
April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

by Staff Reporter
April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

ADVERTISEMENT
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

April 30, 2026
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT