ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগালেণ্ডত ২২.৭৮ কোটি টকাৰ চোৰাং সোণ জব্দ:

ASSAM TIMES POST by ASSAM TIMES POST
October 6, 2021
Reading Time: 1 min read
A A
0
নাগালেণ্ডত ২২.৭৮ কোটি টকাৰ চোৰাং সোণ জব্দ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নিউজ ডেক্স:

নাগালেণ্ডত ২২.৭৮ কোটি টকাৰ চোৰাং সোণ জব্দ।নাগালেণ্ডেৰ নাৰ্কটিক আৰক্ষী গোটে সোমবাৰে ইম্ফল- কহিমা ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন বাহনৰ পৰা প্ৰায় ২২ কোটি ৭৮ লাখ ৪৬ হাজাৰ বৃহৎ পৰিমাণৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় ।

সোমবাৰে পুৱা আৰক্ষীয়ে খুজমা চেকগেটত তালাচী চলাওঁতে ১৬৬ গ্ৰাম ওজনৰ ২৯ টা পেকেট জব্দ কৰে। অবৈধ সোণখনিৰ ওজন ১৮ কেজি বুলি নাগালেণ্ডৰ আইন শৃংখলা বিভাগৰ এডিজিপ সন্দীপ এম টামগাদগে প্ৰকাশ কৰিছে । এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ নিবাসী সৌৰভ সিঙ আৰু পৱন কুমাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

ব্যক্তি দুগৰাকী মণিপুৰৰ পৰা ক’লৈ ইমান বৃহৎ পৰিমাণৰ সোণ সৰবৰাহ কৰিব খুজিছিল সেই তথ্য বাবে তদন্ত অব্যাহত ৰাখিছে । নাগালেণ্ডে আৰক্ষীয়ে সদৰী কৰামতে ইমান বৃহৎ পৰিমাণ সোণ উদ্ধাৰ ঘটনা এয়াই প্ৰথম ।

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT