ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জেডিএছজি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক গোটক বন বিভাগৰ বিশেষ বঁটা 

News Desk by News Desk
October 8, 2021
Reading Time: 1 min read
A A
0
জেডিএছজি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক গোটক বন বিভাগৰ বিশেষ বঁটা 

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

অজন্তা তালুকদাৰ

বোকাখাত : অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা আয়োজিত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আগবঢ়োৱা বিশেষ সেৱাৰ বাবে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক বিশেষ পুৰস্কাৰ প্ৰদান কৰে ৷ আজি গুৱাহাটীত থকা বনবিভাগৰ অৰণ্য ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৱৰ্তন সমাৰোহত ৰাজ্যৰ বিভিন্ন বন সংমণ্ডলৰ বিষয়া আৰু বনকৰ্মীৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক সকলকো পুৰস্কৃত কৰা হয় ৷  অনুষ্ঠানত বন বিভাগৰ হৈ প্ৰধান বন বল আলকা ভাৰ্গৱ আৰু বন্যপ্ৰাণী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক অমৃত সাহায়ে  এই বঁটা প্ৰদান কৰে ৷ মহবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰহৈ ৰৌচন গৌতম আৰু মনজিত হাজমে এই বঁটা গ্ৰহন কৰে ৷ বঁটা গ্ৰহনৰ সময়ত গোটৰ জেষ্ঠ সমন্বয়ক প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু প্ৰৱক্তা প্ৰশান্ত শইকীয়াও উপস্থিত থাকে ৷

SP1 1 | ASSAM TIMES POST

উল্লেখ্য যে বিগত সময়ত বানপানী আৰু অনান্য আপদ কালিন সময়ত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ স্বেচ্ছাসেৱক সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সহায় কৰিছিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনত হোৱা বন্যপ্ৰাণীৰ গননা আৰু শেষতীয়াকৈ বন বিভাগৰ দ্বাৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজন কৰা গঁড়ৰ খৰ্গ জ্বলোৱা অনুষ্ঠানতো সমবেত জনসাধাৰণক সেৱা আগবঢ়াইছিল  জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ এই ছাত্ৰ-ছাত্ৰীসকলে ৷

বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ গতি নিয়ন্ত্ৰন কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বনকৰ্মী  পৰিবহন বিভাগ আৰু আৰক্ষীকো সহায় কৰিছিল এই গোটৰ স্বেচ্ছাসেৱকৰ দলটোয়ে ৷ ইয়াৰ উপৰিও কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ পৰা পেলাই যোৱা জাৱৰ আৰু বিভিন্ন অৱৰ্জনা পৰিস্কাৰ কৰি এক নিদৰ্শন দাঙি ধৰিছিল এই গোটৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ অসম চৰকাৰৰ বন বিভাগে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক এই সন্মানৰ বাবে নিৰ্বাচন কৰা কাৰ্যই বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰাত উংৎসাহিত কৰিব ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx