![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দীঘলীয়া মাৰাথান জেৰাৰ অন্তত ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰ ।দিছপুৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে ডাঃবৰুৱাক।৩দিন ধৰি জেৰাৰ অন্তত ডাঃ বৰুৱাক গ্ৰেপ্তাৰ।ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।
জি এন আৰ চিৰ ছেমি আই চি ইউত ডাঃ বৰুৱাই ভৰ্তি কৰা হৈছিল ৰাজকন্যা বৰুৱাক।আত্মহত্যা ভাবুকি দিয়াৰ বাবে তেওঁ এই পদক্ষেপ লৈছিল বুলি স্বীকাৰ কৰিছিল আৰক্ষীক।













