ষ্টাফ ৰিপ’ৰ্টাৰ:
ধিং এক্সপ্ৰেছ হিমাৰ দেহত ক’ভিড।ক’ভিড আক্ৰান্ত হ’ল তাৰকা এথলিট হিমা দাস।মঙ্গলবাৰে হিমাৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি।
পাটিয়াাস্থিত ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল হিমাই।পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।