![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম জৈৱ বৈচিত্ৰ পৰিষদৰ ধন হৰলুকীৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। মঙলবাৰে মঙ্গলদৈ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত অভিযুক্ত গৰাকী নৱজ্যোতি ডেকা।
উল্লেখ যে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি পৰিষদৰ একাউন্টৰ পৰা ২৫লাখ টকা সৰলুকী অভিযোগত ধৃত ডেকাক গ্ৰেপ্তাৰ।
পৰিষদৰ একাউণ্টৰ পৰা ২৫লাখ টকা আত্মাস্যাৎ কৰাৰ কৌশল ৰচনা কৰি ইতিমধ্যে ২০হাজাৰ টকা উলিয়াইছিল।বাকী ধনৰাখী আৰক্ষীয়ে একাউণ্টাটোত জমা থকা অৱস্থাতে চির্জ কৰা বুলি জানিব দিয়ে।দিছপুৰ আৰক্ষীয়ে ৩৮৭১/২১নম্বৰত ধৃত অভিযুক্ত গৰাকী বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।বুধবাৰে ৩ দিনৰ কাৰণে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আদালতে।













