![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দীপাৱলীৰ প্ৰথম দিনাখন অৰ্থাৎ কালি পূজাৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ সুৰা বিক্ৰীত অভিলেখ।
২.৫৬ কোটি টকা জিলাখনত সুৰা বিক্ৰী হোৱা তথ্য প্ৰকাশ আৱকাৰী বিভাগে।
উল্লেখ্য যে অন্য দিনৰ তুলনাত বৃহৎ সংখ্যক সুৰাৰ বিক্ৰী জিলাখনত।
আনহাতে কামৰূপ(ম) জিলাত আজিও সুৰা যথেষ্ট পৰিমাণৰ সুৰা বিক্ৰী হ’ব বুলি পূৰ্বঅনুমান কৰিছে আৱকাৰী বিভাগে।













