ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

Staff Reporter by Staff Reporter
June 29, 2026
Reading Time: 1 min read
A A
0
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

১৫ হাজাৰ লোকক হত্যা কৰাৰ (Killer man) পৰিকল্পনা কৰি মুম্বাইত গ্ৰেপ্তাৰ হোৱা ফয়াজ প্ৰেমজী পুনেৰ পৰা মুম্বাইলৈ আহিছিল। তাতে ডংৰিত এখন হোটেল ভাড়াত লৈছিল। তেওঁ নিজৰ ‘লক্ষ্য পূৰণ’ৰ বাবে শুকুৰবাৰৰ এটি সমদল বাছি লৈছিল।

Killer man ।
১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ:

আৰক্ষীয়ে জনোৱা মতে, প্ৰেমজীয়ে ১৫ দিন ধৰি প্ৰস্তুতি চলাইছিল। তেওঁ প্ৰায় ১৫ হাজাৰ কেপচুলত এন্দুৰৰ বিষ ভৰাইছিল। ইয়াৰ পিছত সেইবোৰ পোনে পোনে মুম্বাইলৈ লৈ যায়।

তদন্তকাৰী সূত্ৰৰ মতে, জেৰাৰ সময়ত প্ৰেমজীয়ে দাবী কৰে যে ইয়াক হত্যা বুলি কোৱাটো সঠিক নহ’ব, তেওঁ এক ‘মহান কাম’ কৰিবলৈ ওলাইছে। এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ আচৰণত অস্বাভাৱিক পৰিৱৰ্তন হোৱা বুলি দাবী কৰিছে চুবুৰীয়াই। প্ৰতিবেদন অনুসৰি, ১৫ দিন পূৰ্বে প্ৰেমজী মুম্বাইলৈ আহিছিল।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে তেওঁ হোটেলত বহি থকাৰ সময়তে সমগ্ৰ কামটোৰ পৰিকল্পনা কৰিছিল।আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰেমজীৰ পৰা উদ্ধাৰ হৈছে ১৪,৯০০টা কেপচুল। তেওঁৰ উদ্দেশ্য আছিল কেৱল এইবোৰ বিতৰণ কৰা। কিন্তু তেওঁ জানিছিল যে এই কাম অকলে কৰা সম্ভৱ নহয়।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে তেওঁ এই কেপচুল বিতৰণৰ বাবে দুজনমান লোকক ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ কাক ভাড়াত লৈছিল আৰু কিমান কেপচুল তেওঁলোকৰ হাতত গতাই দিছিল সেইটো বিচাৰি উলিওৱাটো এতিয়া আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

তদন্তকাৰীয়ে প্ৰেমজীক জেৰা কৰি সকলো তথ্য আহৰণৰ চেষ্টা চলাইছে।
প্ৰেমজীৰ ঘৰ পুনেৰ বিমান নগৰত। দেউতাকে ৰং কৰা কাৰখানাত কাম কৰে। মাক আৰু ভনীয়েক ইৰাণত থাকে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, প্ৰেমজীয়ে যোৱা বছৰ ইৰাণ আৰু ইৰাকো ভ্ৰমণ কৰিছিল। তাত দুমাহ কাম কৰে।

২০১৯ চনৰ পৰা ২০২৫ চনৰ ভিতৰত তেওঁ কেইবাবাৰো ইৰাণ আৰু ইৰাক ভ্ৰমণ কৰিছিল। কিন্তু পিছত স্থায়ীভাৱে পুনেলৈ উভতি আহিছিল। উল্লেখ্য যে শুকুৰবাৰে মুম্বাইত সমদলত প্ৰেমজীয়ে বিষাক্ত কেপচুল বিতৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, তেওঁ বিতৰণ কৰা কেপচুল সেৱন কৰি কেইবাজনো লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হয়।

অৱশ্যে তেওঁলোকৰ অৱস্থা সুস্থিৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে সমদল কৰি প্ৰেমজীয়ে কেপচুল বিতৰণ কৰি আছিল। বিতৰণ কৰাৰ সময়ত তেওঁ দাবী কৰিছিল যে এই কেপচুলবোৰ সেৱন কৰিলে বিষ নিৰাময় হ’ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। বহুতে তেওঁক বিশ্বাস কৰি কেপচুলবোৰ লৈ যায়।

আনকি দুই-এজনে কেপচুলবোৰ খাইছিলো। প্ৰেমজীয়ে কিবা এটা বিতৰণ কৰা দেখি সমদলত উপস্থিত থকা একাংশ মহিলাই তেওঁৰ ওপৰত সন্দেহ কৰি আৰক্ষীক সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছতে আৰক্ষী আহি প্ৰেমজীক গ্ৰেপ্তাৰ কৰে।

Tags: কৰাৰ ষড়যন্ত্ৰ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল১৫ হাজাৰ লোকক হত্যা৫০ কেজি বিষ
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx