![]()
নিউজ ডেক্স:
মহাৰাষ্ট্রৰ গড়চিৰৌলিত সংঘটিত হৈছে আৰক্ষী-মাওবাদীৰ গুলীয়াগুলি। স্থানীয় সংবাদ মাধ্যমৰ সূত্র মতে, উক্ত গুলীয়াগুলিৰ ঘটনাত অন্তত ২৬ জন মাওবাদীৰ মৃত্যু হৈ। লগতে ৩-৪জন আৰক্ষী জোৱানো আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। বিস্তৃত তথ্য এতিয়াও লাভ কৰা হোৱা নাই।










