ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগালেণ্ডৰ ঘটনাত ‘অনুতপ্ত’ অসম ৰাইফলছ! বিবৃতি জাৰি

Staff Reporter by Staff Reporter
December 5, 2021
Reading Time: 1 min read
A A
0
নাগালেণ্ডৰ ঘটনাত ‘অনুতপ্ত’ অসম ৰাইফলছ! বিবৃতি জাৰি

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্কঃ

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত বিবৃতি জাৰি অসম ৰাইফলছৰ। বিবৃতিত উক্ত ঘটনাৰ বাবে ‘গভীৰ অনুতপ্ত’ বুলি প্ৰকাশ কৰিছে। উল্লেখ্য, শনিবাৰে সন্ধিয়া অসম ৰাইফলছৰ গুলীত প্ৰায় ১২ জন গাঁওবাসী নিহত হয়। এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিয়া হৈছে বুলিও বিবৃতিটোত জনোৱা হৈছে। তদন্তৰ ভিত্তিত দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও জনোৱা হৈছে। উক্ত ঘটনাত অসম ৰাইফলছৰ এজন বিষয়াও নিহত হয়।

বিবৃতিটোত লগতে কোৱা হৈছে, ‘বিশ্বস্ত চোৰাংচোৱা সূত্রে খবৰ লাভ কৰিয়েই সন্ত্রাসবাদীক ধৰিবলৈ ওটিং গাঁৱত অভিযান চলায় সেনা জোৱানসকলে।’

এই গুলীচালনাৰ ঘটনাত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ইও তদন্তৰ নির্দেশ দিছে। তদন্তৰ বাবে এটি উচ্চ পর্যায়ৰ তদন্তকাৰী দল গঠন কৰা হৈছ।

জানিব পৰা মতে, এখন পিক-আপ ভেনত ওটিং গাঁৱলৈ উভতিছিল গাঁৱৰ লোককেইজন। ‘সন্ত্রাসবাদী’ বুলি ভাবি তেওঁলোকক লক্ষ্য কৰি গুলী চলায় নিৰাপত্তা বাহিনীয়ে। কিন্তু দীর্ঘ সময় ধৰি লোক কেইজন ঘৰলৈ উভতি নোযোৱাত তেওঁলোকৰ সন্ধানত ওলায় গাঁওবাসী। এখন ট্রাকৰ ভিতৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত উত্তেজিত গাঁওবাসীয়ে দা-বন্দুকেৰে আক্ৰমণ কৰে জোৱানসকলৰ ওপৰত।

ইতিমধ্যে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰো আহ্বান জনাইছে।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT